অভিলেখ গঢ়ি সৌৰ অৰবিটৰৰ সফল উৎক্ষেপণ নাছা-ইএছএৰ
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ সূৰ্য আৰু মহাকাশ খণ্ডত নতুন দিগন্তৰ সূচনা হ'ল । মহাকাশৰ ৰহস্য উদঘাটনক লৈ অহৰহ গৱেষণাত ব্যস্ত নাছাই আন এক যুগান্তকাৰী অভিযান আৰম্ভ কৰিলে । মহাকাশ খণ্ডত অন্যতম কঠিন বুলি চৰ্চিত এই অভিযানৰ অংশ হিচাপে প্ৰচণ্ড…