নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেতকুছি–নাৰেংগীত ২৪ ট্রাক–ডাম্পাৰ জব্দ

নিয়মীয়া বার্তা, ১০ ফেব্রুৱাৰীঃ নিশাৰ মহানগৰীত অব্যাহত আছে ট্রাক–ডাম্পাৰৰ অতপালি৷ একাংশ আৰক্ষী বিষয়াৰ ছত্রছায়াত মহানগৰীত একাংশ ট্রাকচালকে নিশাৰ ভাগত অধিক বোজা কঢ়িয়াই নিয়াৰ লগতে অবৈধ শিল–বালি আৰু অন্যান্য সামগ্রী কঢ়িয়াই আহিছে৷ যান–বাহন আইন…

সন্তানক স্কুলত থৈ চাংসাৰিত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা হাজোৰ মহিলাৰ

নিয়মীয়া বার্তা, ১১ ফেব্রুৱাৰীঃ গুৱাহাটী মহানগৰীৰ সমীপৱর্তী অঞ্চল চাংসাৰিত সোমবাৰে চলন্ত ৰে’লৰ সন্মুখত জঁপিয়াই আত্মহত্যা কৰে এগৰকী বিধৱাই ৷ আত্মহননৰ দৰে চৰম পন্থা হাতত লোৱা প্রায় ২৫ বছৰীয়া মহিলাগৰাকী হ’ল হাজোৰ দলিবাৰীৰ প্রয়াত দেৱজিৎ কলিতাৰ…

মৃতদেহ হৈ নলবাৰীৰ আৰিকুছিত ৰাজপথলৈ ওলাই আহিল আত্মীয়–শ শ উত্তেজিত লোক

নিয়মীয়া বার্তা, ১১ ফেব্রুৱাৰীঃ মৰেল পুলিচৰ ৰূপত অৱতীর্ণ এচাম উদণ্ড যুৱকে প্রহাৰ কৰা মৎস্য ব্যৱসায়ী মহচেন আলীৰ মৃত্যুক লৈ নলবাৰীৰ আৰিকুছিত উত্তেজনা অব্যাহত আছে ৷ যুৱকজনৰ মৃতদেহ সোমবাৰে বিয়লি চিকিৎসালয়ৰ পৰা পূব কালাকুছিৰ ঘৰলৈ অনাৰ পাছতে…

তিনি বছৰে এটিএম সেৱাৰ পৰা বঞ্চিত চন্দ্রপুৰবাসী

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ বেংক ব্যৱস্থাত লেনদেন কৰাৰ ক্ষেত্রত বিভিন্ন বেংক কর্তৃপক্ষই গ্রাহকৰ বাবে বিভিন্ন তৰল ব্যৱস্থা গ্রহণ কৰাৰ সময়তে বিগত প্রায় তিনি বছৰে এটিএম সেৱাৰ পৰা বঞ্চিত হৈ আছে মহানগৰীৰ সমীপৱর্তী চন্দ্রপুৰৰ সহস্রাধিক গ্রাহক৷…

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

নিয়মীমা বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ অহা ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। পৰীক্ষাৰ পূৰ্বে এইবাৰ যাতে প্ৰশ্নকাকত ফাদিল নহয়, তাৰ প্ৰতি বিশেষ ব্যৱস্থা ৰখা বুলিও সোমবাৰে এখন সংবাদ মেলত সদৰী কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা…

শ্রেষ্ঠ ছবিসহ দক্ষিণ কোৰিয়াৰ ‘পেৰাছাইট’–এ আঁজুৰিলে চাৰিটাকৈ সন্মান

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ বিশ্ব চলচিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান অস্কাৰৰ ইতিহাস গঢ়িলে দক্ষিণ কোৰিয়াৰ ছবি পেৰাছাইট -এ। অস্কাৰৰ ইতিহাসত প্ৰথমখন বিদেশী ছবি কিম্বা ইংৰাজীক বাদে বেলেগ ভাষাত নিৰ্মিত ছবি পেৰাছাইটে শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ…

অসমত দুটা পর্যায়ত হ’ব লোকপিয়ল

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ অসমত ২০২১ চনৰ লোকপিয়ল দুটা পর্যায়ত সম্পন্ন হ’ব৷ প্রথম পর্যায়ত গৃহ তালিকা আৰু গৃহ পিয়লৰ কাম হ’ব অহা ২০ এপ্রিলৰ পৰা ২০ মে’লৈ৷ সেইদৰে দ্বিতীয় পর্যায়ত অহা ২০২১ বর্ষৰ ৯ ফেব্রুৱাৰীৰ পৰা ২৮ ফেব্রুৱাৰীৰ ভিতৰত জনসংখ্যা…

আজি হোৱাইট ৱাছ ৰোধৰ যুঁজ ভাৰতৰ

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত হোৱাইটৱাছ প্রতিৰোধৰ লক্ষ্যৰে কাইলৈ আজি ইণ্ডিয়াই তৃতীয় তথা অন্তিমখন এদিনীয়া খেলিব৷ মাউণ্ট মাংগানুইত অনুষ্ঠিত হ’বলগীয়া মেচখনত আলহী দলটোৰ দুই উদীয়মান অ’পেনাৰ পৃথ্বি শ্ব আৰু…

চামগুৰিত বিজেপিৰ মিছন–১০০ৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তর্গত আমনি পহুকটাত তথা কলিয়াবৰ জিলা বিজেপিৰ কার্যালয়ত, চামগুৰি সমষ্টিৰ মহিলা মর্চাৰ উদ্যোগত আজি বিজেপিৰ ‘আইদেউৰ বুলনি’ অনুষ্ঠান উপলক্ষে আয়োজিত দিহানাম আৰু জনগোষ্ঠীয় নৃত্য…

বড়ো ৰাজনীতি

নেচনেল ডেম’ক্রেটিক অৱ বড়োলেণ্ড (এনডিএফবি), এবছু আৰু ইউনাইটেড বড়ো পিপলছ অর্গেনাইজেচন (ইউবিপি’)ৰ সৈতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে যোৱা ২৭ জানুৱাৰীত ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ব্যাপক উছাহ পৰিলক্ষিত হৈছে বিটিএডিত৷ ত্রিপাক্ষিক চুক্তিত…