জয়ৰ পিছত আক্রমণাত্মক অংগী–ভংগীৰে প্রৰোচিত কৰিছিল ভাৰতীয় ক্রিকেটাৰক
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ ডিফেণ্ডিং চেম্পিয়ন ভাৰতক পৰাস্ত কৰি প্রথমবাৰৰ বাবে ১৯ বছৰ অনূর্ধ্ব আই চি চি ক্রিকেট বিশ্বকাপত খিতাপ জয়ৰ পিছতে বাংলাদেশৰ খেলুৱৈসকলৰ বন্য উল্লাসে বিশ্বৰ ক্রিকেট মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷…