বাহুবলী কণীৰে যোৰহটীয়া যুৱকৰ চমক
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ যোৰহাটৰ চিনামৰাত দুজন উচ্চ শিক্ষিত যুৱকে গঢ় দিছে এখন বৃহৎ ফাৰ্ম । আকাশ জ্যোতি গগৈ আৰু অংকুৰ বৰা নামৰ দুই যুৱ উদ্যোগীয়ে উন্নত কাৰিকৰী পদ্ধতি আৰু বিজ্ঞান সন্মত ব্যৱস্থাৰে গঢ় দিছে এখন কণী উৎপাদনৰ 'লেয়াৰ ফাৰ্ম' ।…