গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ২৭৫ চাকৰি; অন্তিম দিন ১৪ ফেব্রুৱাৰী
উত্তৰ–পূর্বাঞ্চলৰ উন্নত মানৰ স্বাস্থ্য সেৱা আগবঢ়োৱাত অগ্রণী ভূমিকা পালন কৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত খালী হৈছে ভিন্ন বর্গৰ ২৭৫টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অধীক্ষকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷
বিজ্ঞাপনৰ তথ্য…