নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তিম অভাৰত মেচ টাই আৰু ৰোহিতৰ ছয়েৰে ভাৰতৰ জয়

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলে নিউজিলেণ্ডত টি-২০ শৃংখলা জয় কৰিছে। আজি অনুষ্ঠিত হোৱা তৃতীয় খন টি-২০ মেচত ভাৰতে চুপাৰ অভাৰত জয় লাভ কৰিছে। ভাৰতে প্ৰথম বাৰৰ বাবে নিউজিলেণ্ডত টি-২০ শৃংখলাত জয় হৈছে। ভাৰতে প্ৰথমে বেটিং কৰি ২০ অভাৰত…

আলোচনাক লৈ পৰেশ বৰুৱাৰ মন্তব্যৰ পিছত কি ক’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ আলোচনা সন্দৰ্ভত পৰেশ বৰুৱাৰ মন্তব্যৰ পিছত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত এখন চৰকাৰে সাৰ্বভৌমত্ব বুলি কৈ আলোচনা বহিব পাৰে নে নোৱাৰে এই বিষয়টো নিশ্চয় কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিব।…

ক’ৰোনা ভাইৰাছৰ আতংকঃ উত্তৰ পূবত হাইএলাৰ্ট

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ ক'ৰোনা ভাইৰাছক লৈ উত্তৰ পূৰ্বৰ ৰাজ্য মণিপুৰ আৰু চিকিমক হাই এলাৰ্ট জাৰি কৰিছে। মণিপুৰৰ স্বাথ্য বিভাগে মঙলবাৰে ক'ৰোনা ভাইৰাছক সম্ভাৱিত প্ৰকোপ লৈ স্বাথ্য বিভাগে এলাৰ্ট জাৰি কৰিছে। স্বাথ্য বিভাগে ক্ষিপ্ৰতাৰে ঘাতক…

পিতৃ-মাতৃৰ অনুপস্থিতিত চুবুৰীয়াৰ কামনাৰ বলি হ’ল নাবালিকা

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ ঘৰত পিতৃ-মাতৃ নথকাৰ সুযোগ লৈ এজন যুৱকে এগৰাকী নাবালিকাক দীৰ্ঘদিন ধৰি ধৰ্ষণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । হায়দৰাবাদৰ পাঞ্জাগুট্টা আৰক্ষী চকীৰ অন্তৰ্গত জাহাংগীৰ নামৰ ৩০ বছৰীয়া যুৱকজনে বিগত বহুদিন ধৰি ঘৰত…

মন্ত্ৰীসকল শিক্ষিত হ’ব লাগিব বুলি কোনো কথা নাই !

নিয়মীয়া বাৰ্তা,২৯ জানুৱাৰীঃ মন্ত্ৰীসকল শিক্ষিত হ'ব লাগিব বুলি কোনো কথা নাই । কিয়নো মন্ত্ৰীৰ তলত সচিব আৰু একোটাকৈ ষ্টাফ থাকে কাম পৰিচালনাৰ বাবে । অৱশ্যে এই কথা আমাৰ নহয়, উত্তৰপ্ৰদেশৰ কাৰাগাৰ মন্ত্ৰী জেকে সিং জাইকিয়ে মঙলবাৰে গোলাম পেটেল…

শিলচৰত গাঁওৰক্ষী বাহিনীৰ ৰাজ্যিক অভিৱৰ্তন

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ প্ৰথমবাৰলৈ শিলচৰত অনুষ্ঠিত হৈছে সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৰাজ্যিক অভিবৰ্তন। গাঁওৰক্ষী বাহিনীৰ ৭১সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰাকত আড়ম্বৰপূৰ্ণ আয়োজন। আজি পুৱা পুলিচ পেৰেড গ্ৰাউণ্ডৰ পৰা উলিওৱা হয় এক সাংস্কৃতিক…

বিজেপিৰ নিৰ্বাচনী টীমত ছাইনাৰ এণ্ট্ৰী; গেৰুৱা বসন পিন্ধিলে ছাইনা নেহৱালে

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ বেডমিণ্টন জগতৰ তাৰকা খেলুৱৈ ছাইনা নেহনালে আজি বিজেপিত যোগদান কৰি ৰাজনৈতিক কেৰিয়াৰৰ পাতনি মেলে । ২৯ বছৰীয়া ছাটলাৰ গৰাকীয়ে ভগ্নী চন্দ্ৰাংশু নেহৱালৰ সৈতে আজি ভাৰতীয় জনতা পাৰ্টীত অন্তৰ্ভুক্ত হয় । উল্লেখ্য যে ছাইনাই…

কৃষ্ণাইত বন বিভাগৰ অভিযানত উচ্ছেদ অবৈধ কাঠফলা মিলা

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ কৃষ্ণাইত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। একাংশ লোকে গোপনে কাঠফলা মিল স্থাপন কৰি চলাই গৈছে কাঠৰ অবৈধ ৰমৰমীয়া বেহা ৷ গোপন সূত্ৰৰ পম খেদি গোৱালপাৰা জিলা বন সংমণ্ডল বিষয়া (DFO), প্ৰটেকশ্যচ বিষয়া কুলদ্বীপ দাস…

হনুমান বস্তিৰ শিশুৱে পালন কৰিলে সৰস্বতী পূজা

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । বাগদেৱীৰ বন্দনাৰে মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য । ইতিমধ্যে ৰাজ্যজুৰি বাগ্দেৱীৰ পূজা–অর্চনাৰ বাবে আৰম্ভ হৈছে ব্যাপক প্রস্তুতি৷ বিশেষকৈ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজা…

ক’ৰোনা ভাইৰাছঃ এমাহতকৈ কম সময়ত নিৰ্মাণ কৰিব বিশেষ হাস্পতাল

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ চীনত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক'ৰোনা ভাইৰাছক লৈ এতিয়া তৎপৰ হৈ পৰিছে চীন চৰকাৰ । দিন-ৰাতি একাকাৰ কৰি এতিয়া নিৰ্মাণ কৰি থকা হৈছে এখন বিশেষ হাস্পতাল । এই মাৰাত্মক ভাইৰাছৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা এই হাস্পতালখন হ'ব…