জল পৰিবহণত প্রহসন প্রধানমন্ত্রী মোদীৰ ডিজিটেল ইণ্ডিয়াৰ স্বপ্ন
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ত ধোঁৱাচাঙত উঠিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ডিজিটেল ইণ্ডিয়াৰ স্বপ্ন । চৰকাৰী কামত স্বচ্ছতা অনাৰ বাবে প্রধানমন্ত্রীয়ে সকলো কাম–কাজ ডিজিটেল মাধ্যমত সম্পাদন কৰাত গুৰুত্ব আৰোপ কৰি…