নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়ান অ’পেনঃ কোৱার্টাৰ ফাইনেলতে অভিযান সামৰিলে ৰাফেল নাডালে

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ কঠিন যুঁজৰ অন্তত পৰাস্ত হৈ চলিত অষ্ট্রেলিয়ান অ’পেনৰ পুৰুষ ছিংগলছৰ কোৱার্টাৰ ফাইনেলতে অভিযান সামৰিলে শীর্ষ বাছনিৰ স্পেইনৰ ৰাফেল নাডালে৷ ৰোড লেভাৰ এৰেনাত কালি অনুষ্ঠিত পুৰুষ ছিংগলছৰ চতুর্থখন কোৱার্টাৰ ফাইনেলত…

কেবিনেটৰ অনুমোদনঃ উত্তৰ–পূব পৰিষদৰ বাজেটত ৩০ শতাংশ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ উত্তৰ–পূব পৰিষদৰ বাজেটত ৩০ শতাংশ পুঁজি বৃদ্ধিত অনুমোদন জনালে কেন্দ্রীয় কেবিনেটে৷ নতুন দিল্লীত কালি অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ বৈঠকত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাভাড়েকাৰে৷…

মুছলিম ল ব’ডঃ মছজিদত মহিলাৰ প্রৱেশৰ অনুমতি আছে

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ মছজিদত মহিলাৰ প্রৱেশৰ কথা ইছলামিক গ্রন্থত লিখা আছে৷ মছজিদত প্রৱেশৰ বিৰুদ্ধে জাৰি কৰা সকলো ফতোৱা অৱজ্ঞা কৰিব লাগে৷ অল ইণ্ডিয়া মুছলিম পার্ছনেল ল ব’র্ডে উচ্চতম ন্যায়ালয়ত এই কথা জানিবলৈ দি এখন শপতনামা দাখিল কৰিছে৷…

শ্বার্জিল ইমামক ৫ দিনৰ আৰক্ষীৰ জিম্মাত

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ অসমক কেন্দ্র কৰি বিচ্ছিন্নতাবাদকাৰী মন্তব্য কৰা ‘কা’বিৰোধী প্রতিবাদকাৰী তথা জেএনইউৰ ছাত্র শ্বার্জিল ইমামক কালি বিহাৰত গ্রেপ্তাৰ কৰাৰ পিছত কালি আদালতে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছে৷ ৰাষ্ট্রদ্রোহৰ অপৰাধত…

তৃণমূল কংগ্রেছ নেতাৰ গুলীত নিহত ২ প্রতিবাদকাৰী

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ পশ্চিমবংগৰ মুর্ছিদাবাদত আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উলিওৱা এক প্রতিবাদী সমদলৰ ওপৰত তৃণমূল কংগ্রেছ নেতাই গুলীচালনা কৰাত দুজন প্রতিবাদকাৰীৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়৷ স্থানীয়…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ মাটি–বাৰী সম্পর্কীয় কথাত মনত আনন্দ পাব৷ দিনটোত পশ্চিম দিশত যাত্রা কৰিলে সাৱধান হ’ব৷ ক’লা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ যোগাযোগত শুভ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷ বৃষঃ আর্থিক লেনদেনত সাৱধানে থাকিব৷ বিদ্যাত সাময়িক বাধাপ্রাপ্তিৰ সম্ভাৱনা৷ যাত্রা…

বড়ো চুক্তিৰ দফাসমূহ ৰূপায়ন হ’লেই আপোনাআপুনি হ’ব পৃথক বড়োলেণ্ডঃ হাগ্ৰামা মহিলাৰী

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ বড়ো শান্তি চুক্তিক লৈ BTRত আনন্দ উল্লাস চলি থকাৰ সয়মতে পুনৰ বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ। বড়ো শান্তি চুক্তিৰ দফা সমূহ ৰূপায়িত হ'লেই আপোনাআপুনি পৃথক ৰাজ্যলৈ পৰিণত হ'ব বড়োভূমি। কোকৰাঝাৰৰ পাটগাঁৱত…

বেংক ৰ পৰা ঋণ লওঁক আৰু এন আৰ চিৰ পৰা ৰক্ষা পাওঁকঃ ৰাখী ছাৱন্ত

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ সমগ্ৰ দেশতে এন আৰ চি আৰু কা ক লৈ বিৰোধ প্ৰদৰ্শন অব্যাহত আছে। এতিয়ালৈকে বলিউদৰ কেইবাজনো তাৰকাই এই বিষয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়া এন আৰ চি আৰু কা ক লৈ ড্ৰামা কুইন খ্যাত ৰাখী ছাৱন্তে এটা ভিডিঅ শ্বেয়াৰ…

কিয় চৌহানে কলে মোডী ভগৱান ৰাম আৰু অমিত শ্বাহ হনুমান বুলি

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰে যে পৃথিৱীৰ কোনো শক্তিয়ে নাগৰিকত্ব বিধেয়ক আইন বলৱৎ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব নোৱাৰে। মোডীয়ে দেশৰ এনেকুৱা এজন প্ৰধানমন্ত্ৰী যি কাৰো ভাবুকি লৈ ভয়…

ATMত ধন ভৰাব লওঁতেই নিৰাপত্তাৰক্ষী-ডকাইতৰ গুলীয়াগুলি

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ ডুমডুমাৰ ৰূপাই চাইডিঙৰ SBIৰ  ATMত গুলীয়াগুলি বেংক নিৰাপত্তাৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলি ATMটোত পইচা ভৰোৱাৰ সময়তে এই সংঘৰ্ষ গুলীয়াগুলিত চিমু বুঢ়াগোহাঁই নামৰ এজন নিৰাপত্তাৰক্ষী নিহত এটা…