অসম সাহিত্য সভালৈ কি পৰামৰ্শ বদৰুদ্দিন আজমলৰ?
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ সংকটত অসমীয়া ভাষা সেয়েহে অসম সাহিত্য সভাই আয়োজন কৰিছে অসমীয়া ভাষা সংৰক্ষণ আৰু সংবৰ্ধন শীৰ্ষক এক আলোচনাচক্ৰ। এই আলোচনাচক্ৰলৈ আমন্ত্ৰিত হ'ল বদৰুদ্দিন আজমল। আজমলক গামোচা-জাপি-চেলেং সহ সম্বৰ্ধনা জনাই অসম সাহিত্য…