নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হলীউডৰ ছবিঃ ৱান লিট্ল ফিংগাৰত অসমৰ ১৪ শিল্পী…

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ নতুন বছৰটোৰ আৰম্ভণিতে অসমৰ সাংস্কৃতিক জগতলৈ এটা ভাল খবৰ৷ সমগ্র উত্তৰপূর্বঞ্চলৰ বাবেই এক গৌৰৱৰ বার্তা৷ আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফ’র্ণিয়াৰ প্রবাসী অসমীয়া আৰু যোৰহাটৰ সু–সন্তান ৰূপম শর্মাৰ দ্বাৰা প্রযোজিত,…

২০২০ বর্ষত আহিবলগীয়া বলীউডৰ ৩ খানৰ ছবি…

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ আগন্তুক বর্ষত বলীউডত মুক্তি পাব তিনি খান ক্রমে ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানৰ অন্যতম তিনিখনকৈ ছবি৷ চলিত বর্ষটোত একাধিক ছবিত অভিনয় কৰিব যদিও আৰম্ভণিৰে পৰাই ইতিমধ্যে দর্শকৰ মাজত চর্চিত হৈছে ক্রমে ৰাধে, লাল…

প্ৰথম টি-২০ত ভাৰতৰ বলিঙৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ২৪ জানুৱাৰীঃ ভাৰতৰ আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হব লগা প্ৰথম খন টি-২০ টুৱেণ্টি মেচত ভাৰতে টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম খন টি-২০ মেচখনত ঋষভ পণ্ট আৰু চঞ্জু ছেমচন প্লেঙিং ইলেভনেত অন্তুৰ্ভুক্ত হোৱা নাই।

২৬ জানুৱাৰীত ১৮ ঘণ্টীয়া অসম বন্ধ আলফা স্বাধীনৰ 

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ দেশৰ ৭১সংখ্যক গণৰাজ্য দিৱস বর্জনৰ আহ্বান জনাইছে আলফা (স্বাধীন)–এ৷ লগতে সংগঠনটোৱে অহা ২৬ জানুৱাৰীত ১৮ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে৷ অৱশ্যে এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বিপদকালীন বিভাগক৷ এই সন্দর্ভত কাকতলৈ প্রেৰণ…

‘কা’বিৰোধী আন্দোলনত হিংসাঃ যুৱ কংগ্রেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনৰ গইনা লৈ হিংসা বিয়পোৱা আৰু এইক্ষেত্রত প্রৰোচিত কৰাৰ অভিযোগত কালি দিছপুৰ আৰক্ষীয়ে অসম প্রদেশ যুৱ কংগ্রেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্রেপ্তাৰ কৰে৷ তদুপৰি ‘নিয়া’ই ছাত্র…

ৰাজ্যত নিযুক্তি পৰীক্ষাৰ নামত চৰম প্রহসন চৰকাৰৰ; ২০ লাখ নিবনুৱাৰ ভৱিষ্যতক লৈ হেতালি

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ ‘পৰীক্ষা পে চর্চা’– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এই জনপ্রিয় অনুষ্ঠানটোৰ পিছত সমগ্র দেশত এতিয়া অন্যতম চর্চাৰ বিষয় হৈ পৰিছে পৰীক্ষা৷ বিদ্যালয়–মহাবিদ্যাল্ পৰীক্ষাক চৰকাৰ আনকি প্রধানমন্ত্রীগৰাকীয়্ গুৰুত্বসহকাৰে…

বশিষ্ঠপুৰৰ ঠেক উপপথৰ বাবে জুই নিয়ন্ত্রণত লাগিল অধিক সময়

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ অগ্নিকাণ্ডৰ সংবাদ পায়েই দুর্যোগপীড়িতজনক তাৎক্ষণিকভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ পৰিৱর্তে ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাটো যেন অগ্নিনির্বাপক বাহিনীৰ ‘অভ্যাস’ত পৰিণত হৈছে৷ ইয়াৰ বাবে অগ্নিনির্বাপক বাহিনীৰ লোক জনৰোষৰ…

২০২১

২০২১ চনত অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ নির্বাচনলৈ মাত্র এটা বছৰ আছে বুলিহে ক’ব পাৰি৷ প্রতিটো নির্বাচনেই গুৰুত্বপূর্ণ কিন্তু অসমত যোৱা কিছুদিন ধৰি চলি থকা কা–বিৰোধী আন্দোলনটোৱে ২০২১ চনৰ বিধানসভা নির্বাচনৰ গুৰুত্ব বহুগুণেই বঢ়াই তুলিছে৷ সেই…

শক্তি বিভাগৰ আজব কাণ্ডঃ দুটা বাল্ব জ্বলাওঁতেই এমাহত বিল ৩১,৮০০ টকা

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কিছুমান কাণ্ডজ্ঞানহীন কার্যকলাপে প্রায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে৷ তেনে এক অস্বাভাৱিক কাণ্ড শেহতীয়াকৈ সংঘটিত হৈছে নাৰেংগী বিদ্যুৎ উপ সংমণ্ডলৰ অন্তর্গত চন্দ্রপুৰৰ এটা অঞ্চলৰ এগৰাকী…

নুনমাটি–পানীখাইতীৰ চৰ–চাপৰিত আৰক্ষীৰ অভিযান

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ গণৰাজ্য দিৱসৰ কূটাঘাতকাৰী তথা সন্ত্রাসবাদীৰ আক্রমণ প্রতিহত কৰিব পৰাকৈ অসম আৰক্ষীয়ে সুৰক্ষাৰ ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ বিশেষকৈ উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত যাতে কোনো দুষৃকতিকাৰীয়ে…