অনিশ্চয়তাত পৌৰ নিগমৰ নির্বাচন
নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ অনিশ্চয়তাৰ গর্ভত সোমাই পৰিছে গুৱাহাটী পৌৰ নিগমৰ নির্বাচন৷ বিগত ১৮ মাহ ধৰি নির্বাচিত প্রতিনিধি অবিহনে পৌৰ নিগমৰ কাম–কাজ চলি থকাৰ পাছতো নির্বাচন অনুষ্ঠিত কৰিবলৈ আগ্রহী নহয় ৰাজ্য চৰকাৰ৷ আগন্তুক ফেব্রুৱাৰী, মার্চতো…