ফেচবুকে ঘূৰাই আনিলে ৪৮ বছৰে নিৰুদ্দেশ হৈ থকা এগৰাকী লোকক
নিয়মীয়া বার্তা, ২৩ জানুৱাৰীঃ যেতিয়া এজন লোকক নিজৰ পৰিয়ালে মৃত বুলি ধৰি লয় আৰু তেওঁ পুনৰ ৪৮ বছৰৰ পাছত পৰিয়াললৈ ঘূৰি আহে, তেন্তে সেয়া আচৰিত ঘটনাতকৈ কোনোগুণে কম নহয় ।
এই আচৰিত ঘটনাটো সংঘটিত হৈছে বাংলাদেশত । হবিবুৰ ৰহমান নামৰ বাংলাদেশৰ লোকজনে…