নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱতিনিশা ৰংজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ২ জন

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ গোৱালপাৰা জিলাৰ ৰংজুলিত আজি সংঘটিত হয় এটা শোকাৱহ পথ দুর্ঘটনা ৷ আজি পুৱতি নিশা ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত কঠাল গছত খুন্দিয়াই চুচুৰ্মৈ হয় এখন যাত্ৰীবাহী ট্ৰেভেলাৰ । ৰংজুলি ৰাজহুৱা শ্মশানৰ সমীপত সংঘটিত এই দুৰ্ঘটনাটো…

লাহৰীঘাটত দলে–বলে গৈ শহুৰেকক গুলীয়াই হত্যাৰ ভাবুকি; জোঁৱায়েকসহ আটক ৬

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অধীনস্থ বৰছলা আৰক্ষী চকীৰ অন্তর্গত সাপকাটি গাঁৱত যোৱানিশা এটা হস্তনির্মিত পিষ্টল, সক্রিয় গুলী আৰু এখন বিলাসী গাডীসহ ছজনীয়া যুৱকৰ দল এটাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰ কৰা…

ছয়গাঁৱত ৰে’লৰ খুন্দাত প্রাণ গ’ল এজনৰ

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও থানাৰ অন্তর্গত গোৱর্ধনস্থিত ছয়গাঁও প্রাথমিক স্বাস্থ্য কেন্দ্রৰ ওচৰতে কামাখ্যা যোগীঘোপা ৰে’লপথত কালি সন্ধিয়া প্রায় ৬.৩০ বজাত ৰে’লৰ খুন্দাত এজন লোকৰ মৃত্যু হয়৷ ৰে’লৰ খুন্দাত মৃত্যু হোৱা লোকজন…

অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত কঠোৰ হ’ব সুৰক্ষা ব্যৱস্থা

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ নিৰাপত্তাৰ দিশটো পর্যালোচনাৰ অর্থে কালি শুৱালকুছি জ্যোতিক্ষেত্রত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়৷ সভাত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান হৰমিট সিং…

কাঁটাতাঁৰৰ বেৰ কাটি উন্মুক্ত কৰিছে সীমান্ত; চোৰাং ব্যৱসায়ীৰ গৰু সৰবৰাহ

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ ৰাজ্যত ‘কা’ বাতিলৰ দাবীত আন্দোলন অব্যাহত থকা স্পর্শকাতৰ সময়ছোৱাতে দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ বাংলাদেশ সীমান্তত সংঘটিত হৈছে দেশৰ নিৰাপত্তাৰ প্রতি ভাবুকি কঢ়িয়াব পৰা উদ্বেগজনক ঘটনা৷ সীমান্তত আৰক্ষী–বিএছএফক…

দিল্লীত অসমৰ বিধায়কে পৰিষ্কাৰ কৰিলে নেতাজীৰ মূর্তি

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ স্বচ্ছ ভাৰতৰ শ্লোগান দিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনৰ বাবে নেতাজী সুভাষ চন্দ্র বসুৰ প্রতিমূর্তিৰ কোনো মূল্য নাই৷ আনকি জন্মদিৱসতো এলাগী হৈ ৰ’ল নেতাজীৰ প্রতিমূর্তি৷ মাল্যার্পণ কৰাটো দূৰৰে…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ মেষ ৰাশিৰ বিদ্যার্থীসকলে আজি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ যাত্রা কৰাৰ আগতে গোসাঁইঘৰত চাকি–বন্তি জ্বলাব৷ নীলা ৰঙৰ কাপোৰ নিপিন্ধিব৷ শুভ বর্ণ ৰঙা, শুভ সংখ্যা ২৷ বৃষঃ কর্মক্ষেত্রত আশা কৰা মতে ফল পাব৷ যাত্রা কৰিব লগা থাকিলে পুৱা ১০ বজাৰ পাছত…

পিবিএলত লক্ষ্যৰ পুনৰ জয

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ ভাৰতৰ নৱাগত চাঞ্চল্য লক্ষ্য সেনে চলিত পঞ্চম পি বি এলত নিজৰ জয়যাত্রা অব্যাহত ৰখাৰ বিপৰীতে মহিলাৰ একক শাখাৰ মেচত ক্রমাগত দ্বিতীয় মেচতো পৰাজয়ৰ সন্মুখীন হয় গায়ত্রী গোপীচান্দ৷ উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন সন্থাই…

খেলো ইণ্ডিয়াৰ ফুটবলত অসমক প্রতিনিধিত্ব কৰা ভাস্কৰক আমগুৰিত আদৰণি

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ শিৱসাগৰ জিলাৰ আমগুৰি ফুটবল প্রশিক্ষণ কেন্দ্রৰ খেলুৱৈ ভাস্কৰ গগৈয়ে সদ্যসমাপ্ত তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত অংশগ্রহণ কৰি আমগুৰিৰ লগতে বৃহত্তৰ চেলেংহাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্রীয় পর্যায়ৰ…

ভাৰত–নিউজিলেণ্ডৰ আজি প্রথম টি–২০

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ  টীম ইণ্ডিয়া আৰু ঘৰুৱা দল নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজিৰে অকলেণ্ডত অনুষ্ঠিত হ’ব৷ ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপ ক্রিকেটৰ পিছত দুয়োটা দলে প্রথমবাৰৰ বাবে মুখামুখি হ’ব৷ আজিৰে পৰা…