অসমীয়াৰ চানেকি নলীয়া কটাৰীয়ে জোকাৰিছে শিৱসাগৰৰ প্রশাসন
নিয়মীয়া বার্তা, ২৩ জানুৱাৰীঃ শিৱসাগৰ জিলা উপায়ুক্তগৰাকীক জিলাখনৰ এগৰাকী সাংস্কৃতিক বিষয়াই উপহাৰ হিচাপে আগবঢ়োৱা এখন নলীয়া কটাৰীক লৈ প্রশাসনৰ বৰঘৰত সৃষ্টি হৈছে মহাবিতর্কৰ ৷ সৰু পাচলি কটা নলীয়া কটাৰীখনৰ বাবেই এতিয়া জিলা উপায়ুক্তৰ কক্ষত স্থাপন…