নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনবিভাগে নাহৰফুটুকীৰ পোৱালীৰ প্ৰত্যক্ষ কৰিও কিয় উদ্ধাৰ কৰিব নোৱাৰিলে

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ বৃহস্পতিবাৰে ডিব্ৰুগড়ত উদ্ধাৰ কৰা হয় তিনিটা নাহৰফুটুকীৰ পোৱালী। ডিব্ৰুগড়ৰ হাতীগড় অঞ্চলৰ এজন লোকৰ বাসগৃহৰ পিছফালে উদ্ধাৰ হয় পোৱালীকেইটা। লোকজনৰ নাম মণ্টো ছব। ইয়াৰ পিছত স্থানীয় লোকে বনবিভাগক খবৰ দিয়ে, যদিও বন…

এজিআৰৰ বকায়া ধন সময়ত নিদিলেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়ঃদূৰসঞ্চাৰ বিভাগ

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ ৰিলায়েন্স জিঅই বৃহস্পতিবাৰে ৩১ জানুৱাৰী ২০২০ লৈকে এজিআৰৰ বকায়া ধন ১৯৫ কোটি টকা  দুৰসঞ্চাৰ বিভাগক   প্ৰদান কৰে। আনহাতে দুৰসঞ্চাৰ বিভাগে কয় যে ন্যায়ালয়ত পৰৱৰ্তী নিৰ্দেশ নিদিয়া লৈকে যি কেইটা কোম্পানীয়ে এজিআৰৰ বকায়া…

কটনত উদ্ধাৰ হ’ল ১১-১২ শতিকাৰ মূৰ্তি

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ চৌহদত উদ্ধাৰ কৰা হয় এটা পৌৰাণিক মূৰ্তি। প্ৰত্নতত্ব বিভাগে জনোৱা মতে উদ্ধাৰ হোৱা মূৰ্তিটো ১১-১২ শতিকাৰ সূৰ্য মূৰ্তি। উল্লেখ্য যে কটন বিশ্ববিদ্যালয়ৰ নিৰ্মীয়মান প্ৰশাসনিক ভৱনৰ মাটি খান্দি…

হায়দৰাবাদ অভিমুখী বিমানৰ মাজ আকাশতে ইঞ্জিন বিকল জৰুৰী অৱতৰণ

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ হায়দৰাবাদ অভিমুখী ইণ্ডিগৰ এখন বিমান বৃহস্পতিবাৰে পুৱা ইঞ্জিনত বিজুতি ঘটাৰ বাবে মুম্বাইলৈ পুনৰ উভতি আহে। বিমান খনৰ এটা  নিউ ইঞ্জিন উৰণৰ সময়তেই বন্ধ হৈ যায়। যাৰ বাবে উৰণৰ ১ ঘণ্টাৰ ভিতৰতেই জৰুৰীকালীন অৱতৰণ কৰা হয়।…

তেতিয়াহলে শ্ববনমেই স্বাধীন ভাৰতত ফাঁচীৰ শাস্তি পোৱা প্ৰথম মহিলা

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ে আজি উত্তৰ প্ৰদেশৰ অমৰহৌহাৰ এটা পৰিয়ালৰ সাত জন লোকক হত্যা কৰাৰ অপৰাধী শ্ববনম আৰু তাইৰ প্ৰেমিকৰ ফাঁচীৰ সিদ্ধান্তৰ বিৰোধে কৰা ৰিভিউ পিটিচনৰ ওপৰত শুনানী হয়। শুনানীৰ সময়ত মুখ্য ন্যায়াধীশ বৌবডে কয় যে…

অমৰ জোৱান জ্যোতিত নহয়, এইবাৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত মাল্যাৰ্পণ কৰিব প্ৰধানমন্ত্ৰীয়ে…

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ আগন্তুক গণৰাজ্য দিৱসত দেশৰ ৰাজধানী নতুন দিল্লীত আয়োজিত হ’বলগীয়া কেন্দ্রীয় অনুষ্ঠানলৈ বৰ্তমান যুদ্ধংদেহী প্ৰস্তুতি চলিছে । পেৰেডত অংশগ্ৰহণৰ বাবে সেনাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও সম্পূৰ্ণ অনুশীলন অব্যাহত ৰাখিছে ।…

পুৰণি দিনবোৰলৈ উভতি গ’ল ৰতন টাটা, পিছে কেনেকৈ ?

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ বিশিষ্ট উদ্যোগপতি ৰতন টাটাই হঠাতে যেন ৰোমন্থন কৰিলে পুৰণি দিনৰ স্মৃতি । নিজৰ ডেকা বয়সৰ এখন ফটোৰ জৰিয়তে বৃহস্পতিবাৰে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰে বিশিষ্ট উদ্যোগপতি গৰাকীয়ে । নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এখন…

শিক্ষকতা এৰি কিয় উগ্ৰপন্থী সংগঠনলৈ গৈছিল এন ই ইছাৰা ? EXCLUSIVE …

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ বৃহস্পতিবাৰে অসম চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰা ৬৪৪ জন উগ্ৰপন্থী সংগঠনৰ নেতা-কেডাৰৰ ভিতৰত আছিল এন ডি এফ বি(এছ) গোটৰ বৈদিশিক সচিব এন ই ইছাৰা । ২০১৩ চনত সংগঠনলৈ যোৱা এন ই ইছাৰা কিদৰে সংগঠনৰ প্ৰতি আকৰ্ষিত হৈছিল সেই…

গণৰাজ্য দিৱসৰ প্রতীকপটঃ এইবাৰ অসমৰ আকৰ্ষণ কৰি হ’ব ?

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ অন্যান্য বছৰৰ দৰে এইবাৰো আগন্তুক গণৰাজ্য দিৱসত দেশৰ ৰাজধানী নতুন দিল্লীত আয়োজিত হ’বলগীয়া কেন্দ্রীয় অনুষ্ঠানত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমেও প্রতীকপট প্রদর্শনত অংশগ্রহণ কৰিব ৷ গণৰাজ্য দিৱসৰ এক অন্যতম কার্যসূচী…

ধেমাজিত দেউৰীসকলৰ মাঘ বিহু পালন

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ আজিৰে পৰা আৰম্ভ হৈছে অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ মাঘবিহু । বুধবাৰে উৰুকা পালন কৰাৰ পিছত বৃহস্পতিবাৰে পুৱাই ধেমাজিৰ বিভিন্ন দেউৰী গাঁৱৰ লগতে শ্ৰীপাণিৰ কপাহতলিৰ দেউৰীসকলে পৰম্পৰাগত ৰীতি-নীতিৰে সূৰ্যোদয়ৰ পূৰ্বে…