আজি গুৱাহাটীত ৬৪৪ উগ্রপন্থীয়ে কৰিব আত্মসমর্পণ
নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ আলোচনাবিৰোধী এন ডি এফ বিৰ বি চাওৰাইগৌৰা নেতৃত্বাধীন গোটে অলপতে কেন্দ্রীয় চৰকাৰৰ লগত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰি মূলসুঁতিলৈ উভতি অহাৰ পাছতে আজি পাঁচটাকৈ উগ্রপন্থী সংগঠনৰ ৬৪৪গৰাকী নেতা–সদস্যই আত্মসমর্পণ কৰিব ৷…