সমগ্ৰ বিশ্বকে আতংকিত কৰি তোলা ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধ হ’বনে ?
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ চীনত ভয়াৱহ ৰূপ লৈছে ক’ৰোনা ভাইৰাছে ।
ইতিমধ্যে চীনত ৪০০ তকৈও অধিক লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ সমান্তৰালকৈ এছিয়াৰ কেইবাখনো দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে । যাৰ বাবে বিশ্বৰ সকলো দেশেই এতিয়া আতংকিত হৈ…