নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দমন দিউ আৰু দাদৰ আৰু নগৰ হাভেলীৰ নতুন ৰাজধানী দমন

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ কেন্দ্ৰীয় শাসিত অঞ্চল দমন দিউ আৰু দাদৰ আৰু নগৰ হাভেলীৰ ৰাজধানী দমন হ'ব। মোডী কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে দুয়োখন কেন্দ্ৰ শাসিত প্ৰদেশক একে লগে কৰি এখন প্ৰদেশ গঠন কৰিছিল। দমন আৰু…

সুখবৰ এতিয়াৰে পৰা ২৪ ঘণ্টাই খোলা থাকিব মল হোটেল আৰু চিনেমা হ’ল

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ এতিয়াৰে পৰা ২৪ ঘণ্টাই মুম্বাইত মল, হোটেল আৰু চিনেমা হ'ল খোলা থাকিব। বুধবাৰে ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী আদিত্য থাকৰে এই কথা জানিবলৈ দিছে। মন্ত্ৰীগৰাকীৰ মতে মুম্বাই হৈছে আন্তঃৰাষ্ট্ৰীয় চহৰ, সেইবাবে নৈশ জীৱনৰ বাবে…

ঘণ্টাত ১৭৫ কিলোমিটাৰ বেগেৰে ব’ল কৰিও কিয় ভংগ নহল চৌৱেব আখতাৰৰ অভিলেখ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ১৯ বছৰ অনূৰ্ধ বিশ্বকাপ ক্ৰিকেটত পুনৰ বাৰ উজ্জলি উঠিছে এগৰাকী প্ৰতিভাৱান ব'লাৰ । শ্ৰীলংকাৰ মাথিছা পাথিৰানা নামৰ ব'লাৰ জনে ভাৰতৰ বিৰুদ্ধে খেলা এখন খেলত ১৭৫ কিলোমিটাৰ প্ৰতিঘণ্টাত বেগেৰে বল কৰি বিশ্ব ক্ৰিকেটৰ…

খেলো ইণ্ডিয়াত অসমৰ স্থান কি?

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ খেলো ইণ্ডিয়াত সৰ্বমুঠ ৭৫টা পদক লাভ কৰিলে অসমে। খেলো ইণ্ডিয়াৰ শীৰ্ষত মহাৰাষ্ট্ৰ। ৭৮টা সোণ, ৭৬টা ৰূপ আৰু ১০১টা ব্ৰঞ্জৰ পদকৰে মহাৰাষ্ট্ৰই লাভ কৰিছে সৰ্বমুঠ ২৫৫টা পদক। আনহাতে ১৯৭টা পদকৰে দ্বিতীয় স্থানত হাৰিয়ানা।…

মাঘৰ প্ৰথমটো মঙলবাৰে কিয় মেজি জ্বলালে মধ্যঅসমৰ ৰাইজে

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ অসমৰ ভূমি পুত্ৰ তিৱা সকলৰ স্বকীয় পৰম্পৰা আৰু ৰীতি নীতৰে এক পৰিচয় আছে। তিৱাসকলৰ ৰীতি নীতি অনুসৰিয়ে আজি পালন কৰা হয় মাঘৰ বিহু। ৰাজ্যখনৰ সৰ্বাধিক তিৱালোকৰ বসতিস্থল মধ্যঅসমত মাঘ বিহু উপলক্ষে জনগোষ্ঠীটোৱে পালন কৰিছে…

পুলৱামাত সন্ত্ৰাসবাদী নিহত

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ বুধবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ এনকাউন্টাৰত নিহত হয় এটা সন্ত্ৰাসবাদী । জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা দলে পুলৱামাৰ অৱন্তীপুৰত চলোৱা অভিযানত মৃত্যু হয় এই সন্ত্ৰাসবাদীটো । উল্লেখ্য যে, মঙলবাৰে…

শিক্ষাৰ্থীয়ে উৎপাদন কৰা শাক-পাচলিৰে মধ্যাহ্ন ভোজন কৰা বিদ্যালয়খন

নগৰীয়া জীৱনৰ যান্ত্ৰিকতাৰ পৰা বহু নিলগত অৱস্থিত এখন গাঁও । গাঁওখনৰ চৌদিশে কেৱল সেউজীয়া । নাগালেণ্ডৰ পূর্বাঞ্চল হিমালয় অঞ্চলৰ ভিচৱেমা নামৰ প্রায় সাত হাজাৰ পাঁচশ লোকে বসবাস কৰা এই গাঁওখন মৃৎশিল্প আৰু মনোৰম সৌন্দর্যৰ বাবে সমগ্ৰ…

ৰাজপথত মাছ আৰু মাছ… জীয়া মাছ ধৰিছে অসংখ্যজনে, পিছে ক’ত ?

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ৰাষ্ট্ৰীয় ঘাইপথত মাছ ধৰাত ব্যস্ত হৈ পৰিছে একাংশ লোক । মাছ, মাছ আৰু মাছ ... পৰিৱেশটো স্বচক্ষে প্ৰত্যক্ষ নকৰিলে আপুনিও হয়তো অনুভৱ কৰিব নোৱাৰিব প্ৰকৃততে ৰাজপথত কিয় এনেকৈ মাছ আহিল , ক'ৰ পৰা আহিল ? আগ্ৰা আৰু…

খেলো ইণ্ডিয়াৰ অন্তিম দিনা অসমে জিনিলে কেইবাটাও পদক

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ খেলো ইণ্ডিয়াৰ অন্তিম দিনাও অসমৰ অগ্ৰগতি অব্যাহত। বক্সিঙকে ধৰি সাঁতোৰৰ বিভিন্ন শাখাত অসমে আঁজুৰিলে কেইবাটাও পদক। বক্সিঙত ২১ বছৰ অনুৰ্ধ্বৰ ৬৪ কেজি শাখাত সোণৰ পদক জিনিলে অংকুশিতা বড়োৱে। আনহাতে বক্সিঙৰ আন এক শাখাত…

অষ্ট্ৰেলিয়াত এইবাৰ ক্ৰিকেটৰ মহাকুম্ভ তিনিখনকৈ বিশ্বকাপ কৰিব আয়োজন

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ চলিত বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব ক্ৰিকেটেৰ তিনিখনকৈ মেগা প্ৰতিযোগিতা। ফ্ৰেব্ৰুৱাৰী-মাৰ্চত মহিলা টি-২০ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই মেগা প্ৰতিযোগিতা খনত ১০ টা দলৰ মাজত ২৩ খন মেচ অনুষ্ঠিত হব। ইয়াৰ…