নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CAA সন্দৰ্ভত অসমৰ আবেদনসমূহৰ পৃথক শুনানি

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ CAA সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি। মুখ্য ন্যায়াধীশসহ তিনিজনীয়া বিচাৰপীঠৰ ৰায়দান। উত্তৰ দিবলৈ কেন্দ্ৰই ৬ সপ্তাহৰ সময় বিচাৰিছিল কিন্তু  কেন্দ্ৰক ৪ সপ্তাহৰ সময় দিলে উচ্চতম ন্য়ায়ালয়ে। কেন্দ্ৰলৈ জানানী প্ৰেৰণ কৰি…

অসম পশুধন উন্নয়ন সংস্থাত নিযুক্তিৰ সুযোগ

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনস্থ অসম পশুধন উন্নয়ন সংস্থাত খালী হৈছে চীফ এগজিকিউটিভৰ পদ৷ প্রার্থী ৰাজ্যিক/কেন্দ্রীয় পশু চিকিৎসা পৰিষদৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিষয়ত স্নাতক…

ভাৰতীয় উপকূলৰক্ষী বাহিনীত ২৫ পদ

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় উপকূলৰক্ষী বাহিনীত খালী হৈছে এছিছটেণ্ট কমাণ্ডেণ্টৰ ২৫টা পদ৷ ইতিমধ্যে এই বিষয়ে বিভাগীয় কর্তৃপক্ষই ডিএভিপিৰ তৰফৰ পৰা এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ মুঠ খালী পদ…

এয়াৰ ইণ্ডিয়াত ৩২ পদৰ বিজ্ঞাপন

এয়াৰ ইণ্ডিয়া এক্সপ্রেছ লিমিটেডে কঢ়িয়াই আনিছে চাকৰিপ্রত্যাশীলৈ সুখবৰ৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি প্রতিষ্ঠানটোত অচিৰেই একাধিক পদত প্রার্থী নিয়োগ কৰা হ’ব৷ খালী পদকেইটাৰ ভিতৰত আছে– মেনেজাৰ–ফ্লাইট ডেছপাটছ (২), মেনেজাৰ–ক্রিউ ছিড্যুল (১),…

হোজাই উপায়ুক্ত কার্যালয়ত ৭ পদত নিযুক্তিৰ জাননী

হোজাই জিলা উপায়ুক্তৰ কার্যালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ ষ্টেনোগ্রাফাৰ (১) আৰু জুনিয়ৰ এছিছটেণ্ট (৬)ৰ পদত প্রার্থী নিয়োগৰ প্রস্তুতি চলিছে৷ ষ্টেনোগ্রাফাৰ পদৰ বাবে প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰ এপ্লিকেচনৰ ছমহীয়া…

বোন্দাত অব্যাহত অবাধ পাহাৰ খনন

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ জিলা প্রশাসনৰ কঠোৰ নিষেধাজ্ঞাৰ পিছতো বোন্দাত পাহাৰৰ ৰঙামাটি কাটি একাংশ অসাধু ব্যৱসায়ীয়ে ৰমৰমীয়া ব্যৱসায় চলাই আছে ৷ প্রাপ্ত তথ্য অনুসৰি নাৰেংগী খণ্ড বন কার্যালয়ৰ অধীনৰ বোন্দাৰ বিশেষকৈ চপাইডং, ঘুলিগাঁও, খাৰঘুলিকে…

মীন বিভাগত ১২ পদ; অসম লোকসেৱা আয়োগৰ আবেদন আহ্বান

অসম চৰকাৰৰ মীন বিভাগত খালী হৈছে ফিছাৰী ডেভেলপমেণ্ট অফিচাৰ এণ্ড এলাইড কেডাৰৰ ১২টা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা বিভাগীয় কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ আবেদনকাৰী…

পানীৰ নামত বৰবিহ সেৱন পানীখাইতীবাসীৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ সর্বউন্নয়নৰ ঢাক-ঢোল বজাই থকা ৰাজ্যৰ শাসনাধিষ্ঠিত মিত্রজোঁটৰ চৰকাৰখনে ৰাইজক বিশুদ্ধ পানীৰ নামত বৰবিহ খুৱাই থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহানগৰীৰ পানীখাইতীবাসীয়ে ৷ মহানগৰীৰ পানীখাইতীস্থিত বৃহত্তৰ বোন্দা,…

ডাক বিভাগত জুনিয়ৰ একাউণ্টেণ্টৰ ১০ পদ; আবেদনৰ অন্তিম দিন ৬ মার্চ

ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্রালয়ৰ অধীনস্থ ডাক বিভাগত খালী হৈছে জুনিয়ৰ একাউণ্টেণ্টৰ ১০টা পদ৷ উক্ত পদকেইটা অসমৰ গুৱাহাটীস্থিত ডাক বিভাগৰ সঞ্চালকৰ অফিচত পূৰণ কৰা হ’ব৷ নিযুক্তিপ্রাপ্তই মাহে ৫,২০০–২০,২০০ টকাসহ ২,৮০০ টকাৰ গ্রেড পে লাভ কৰিব৷ ইতিমধ্যে…

SBI ত ডিব্রুগড়–গুৱাহাটী–যোৰহাট-শিলচৰ-তেজপুৰত পূৰণ হ’ব ১৮২ টা পদ

দেশৰ ৰাজহুৱা খণ্ডৰ বৃহত্তম বিত্তীয় প্রতিষ্ঠান ষ্টেট বেংক অৱ ইণ্ডিয়া চমুকৈ এছবিআইত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি কেন্দ্রীয় নিযুক্তি আৰু পদোন্নতি বিভাগৰ মহাপ্রবন্ধকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন…