নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিষয়াসহ ১২জনক চিআইডিৰ চমন

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ তথ্য জনাৰ অধিকাৰ আইন (আৰ টি আই)ৰ জৰিয়তে তথ্য সংগ্রহ কৰি বিভিন্নজনক ব্লেকমেইলিং কৰা সন্দর্ভত দুলাল বৰাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ তদন্ত প্রক্রিয়া ক্ষিপ্রতৰ কৰি তুলিছে চি আই ডিয়ে ৷ গোচৰটো সংক্রান্তত ইতিমধ্যে বন…

ভাওনা ৰক্ষা হ’লেহে অসমৰ সংস্কৃতি সুৰক্ষিত হ’ব

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ আউনীআটীৰ মণিকাঞ্চন ৰংগ ক্ষেত্রত অসম ভাওনা সমাৰোহৰ উদ্বোধনী দিনাৰ সকলো কার্যক্রমণিকাৰ সফল ৰূপায়ণৰ পিছত সোমবাৰে পুৱা ৯ বজাত নাম–প্রসংগৰ অন্তত সমাৰোহথলীত দ্বিতীয় দিনা দিনৰ ১১ বজাৰ পৰা অংকীয়া ভাওনাৰ আধাৰত এখন মনোজ্ঞ…

মুগা বস্ত্রত উজলিল গুণমালা–নামঘোষা–ভাগৱত গীতা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ভাওনা সমাৰোহৰ বাকৰিত সোণত সুৱগা চৰাইছে এগৰাকী সাধাৰণ মহিলাৰ অসাধাৰণবয়ন শিল্পই ৷ তেওঁ নিজে মুগা পুহি ওৰে নিশা মুগাৰ সূতা কাটি, দিনৰ ভাগত তাঁত বই প্রাণ দিছে গুৰুজনাৰ অমৰ সৃষ্টি ‘গুণমালা’, মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ…

মৰাণত অস্ত্রসহ আটক আনলাৰ দুই সদস্য

নিয়মীয়া বার্তা,২১ জানুৱাৰীঃ ডিব্রুগড জিলাৰ মৰাণ থানাৰ অন্তর্গত চেপনৰ পৰা সোমবাৰে মৰাণ থানাৰ আৰক্ষী, ভাৰতীয় সেনাৰ ডিব্রুগডস্থিত নৱম ৰাজপুতনা বেটেলিয়ন আৰু ১৭১নং চি আৰ পি এফৰ যৌথ অভিযানকাৰী দলে আগ্নেয়াস্ত্রসহ দুজন সন্দেহযুক্ত সদৌ আদিবাসী…

বিজনীত বিহ খুৱাই নমহীয়া কন্যাক হত্যা

নিয়মীয়া বার্তা, ২১ জানুৱাৰীঃ চিৰাং জিলাৰ বিজনী থানাৰ অন্তর্গত ৩নং দক্ষিণ মাক্রাত সোমবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ৷ নিজ পিতৃয়ে বিহ খুৱাই ৯ মহীয়া সন্তানক হত্যা কৰে ৷ মৃত কন্যা সন্তানটোৰ নাম নুৰেজা খাতুন ৷ লগতে আন এগৰাকী ৫ বছৰীয়া কন্যা…

তেজপুৰত দৰিদ্র লোকৰ বাবে এসাঁজ ভাত মাত্র পাঁচ টকাতে

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ দুর্ভাগ্যজনক পৰিস্থিতিত পৰি অনাহাৰে থকা আর্তজনৰ বাবে এইবাৰ তেজপুৰত আগবাঢ়ি আহিল এক স্বেচ্ছাসেৱী সংগঠন ৷ পেটৰ ভোকত দিন অতিবাহিত কৰা আমাৰ সমাজৰ বহু লোকৰ বাবে আজিৰ দিনটোৰ পৰা এক সুখবৰ কঢ়িয়াই আনিলে তেজপুৰৰ ভৈৰৱনগৰ…

বাগৰুম্বা–চিফুঙৰ সুৰত মুখৰ দাউহাৰু ক্ষেত্র

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাউহাৰু ক্ষেত্রত সোমবাৰৰ পৰা আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৫৯সংখ্যক অধিৱেশন ৷ তিনিদিনীয়া কার্যসূচীৰে আয়োজিত বড়োসকলৰ জাতীয় অনুষ্ঠানটোৰ অধিৱেশনক লৈ দাউহাৰু ক্ষেত্রৰ লগতে সমগ্র খৈৰাবাৰী…

চৰকাৰী ভূমিত বাস কৰা অর্ধশতাধিক পৰিয়ালক উচ্ছেদ

নিয়মীয়া বার্তা,২১ জানুৱাৰীঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ হকোডবা গাঁৱৰ গো–চৰণীয়া পথাৰৰ চৰকাৰী ভূমি অবৈধভাৱে বেদখল কৰা লোকক সোমবাৰে বঙাইগাঁও জিলা প্রশাসনে পুনৰ উচ্ছেদ কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ মতে উত্তৰ শালমাৰা মহকুমাৰ কার্যবাহী…

আই চি চি এদিনীয়া ৰেংকিংঃ বেটিঙৰ শীর্ষ দুইত কোহলি, ৰোহিত শর্মা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ টীম ইণ্ডিয়াৰ দুই তাৰকা বেটছমেন বিৰাট কোহলি আৰু ৰোহিত শর্মাই আই চি চি এদিনীয়া ৰেংকিঙৰ বেটছমেন শাখাৰ শীর্ষ স্থান দুটা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ আলহী দল অষ্ট্রেলিয়াৰে সদ্যসমাপ্ত এদিনীয়া শৃংখলাটোত কৰা দমনীয় বেটিং…

২১ অনূর্ধ্ব ল’ৰাৰ ফুটবলৰ ফাইনেলত অসম

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ খেলো ইণ্ডিয়া য়ুথ গেমছৰ ফুটবলত চমক সৃষ্টি কৰিছে অসমৰ ল’ৰাৰ ২১ বছৰ অনূর্ধ্ব দলটোৱে৷ সৰুসজাই ক্রীড়া প্রকল্পত কালি অনুষ্ঠিত ল’ৰাৰ ২১ বছৰ অনূর্ধ্বৰ ছেমিফাইনেলত অসমে শক্তিশালী মহাৰাষ্ট্রক ৩–০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি…