নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্ৰিশ লক্ষাধিক ভকতক আদৰিবলৈ সাজু দিহিঙীয়া মহুৰা পথাৰ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘঘৰ ৮৯ সংখ্যক অধিৱেশন লৈ মাজত মাত্ৰ কেইটামান দিন । কেউফালে কেৱল এতিয়া মাত্ৰ ব্যস্ততা । ত্ৰিশ লক্ষাধিক ভকতক আদৰিবলৈ সাজু সেৱক, সেৱীকা । হৰিনামৰ ধ্বনিৰ মাজত বৈকুণ্ঠ পূৰীলৈ পৰিণত হৈছে বৃহৎ অঞ্চল…

বস্ত্ৰনগৰীত মন্দিৰত চোৰৰ লুট-পাত

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ বস্ত্ৰনগৰী শুৱালকুছিত পুনৰ মন্দিৰত চোৰৰ শেনচকু । সোমবাৰে নিশা বালক গোপাল সত্ৰত থকা কৃষ্ণ মন্দিৰত চোৰে চলালে লুট-পাত । চোৰে মন্দিৰৰ দুৱাৰৰ কেইবাটাও তলা ভাঙি মন্দিৰটোত থকা আ-অলংকাৰ লুট কৰি নিয়ে । বাৰে বাৰে…

সমগ্ৰ দেশতে ১ জুনৰ পৰা এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড প্ৰযোজ্যঃ ৰামবিলাস পাছৱান

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড ৰ নতুন আঁচনিৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানে। উল্লখ্য যে সমগ্ৰ দেশতে ১ জুনৰ পৰা কাৰ্যকাৰী কৰা হ’ব এই এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি ৷ সোমবাৰে পাটনাত এই কথা জনায়…

শিশুসহ ৮ ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ শিশুসহ ৮ ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু। ফুৰিবলৈ আহি কৰুণ মৃত্যুক সাৱতিলে ৮ জন ভাৰতীয় পৰ্যটকে। ঘটনা অনুসৰি কেৰেলাৰ পৰা শিশুসহ ১৫জন লোক আহিছিল নেপালৰ কাঠমাণ্ডুলৈ। কাঠমাণ্ডুৰ এখন ৰিজৰ্টৰ একেটা কোঠাতে আছিল শিশুসহ ৮জন…

হাজোত সম্প্ৰীতিৰ বাৰ্তাৰে সভাগন্ধ উৎসৱ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ তীৰ্থনগৰী হাজোৰ বামুন্দীত পৰম্পৰাগত সভাগন্ধ উৎসৱে ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰি ৰাখিছে । দুশবছৰ পুৰণি এই সভাগন্ধ উৎসৱত এইবেলি সাত হাজাৰ অতিথিক সিধা দি আপ্যায়নৰ ব্যৱস্থা কৰিছে । সভাগন্ধ উৎসৱৰ সিধা…

গোসাইগাঁৱত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (আত্মা) ৰ কিষাণ মেলা আৰু প্ৰদৰ্শনী

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণৰ কোকৰাঝাৰ জিলা কৃষি বিভাগৰ উদ্যোগত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গোসাঁইগাঁৱত আৰম্ভ হৈছে কৃষক মেলা আৰু প্ৰদৰ্শনী ৷ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনৰ বাছনিকৃত…

আমদানিকৃত চালানী মাছৰ ক্ষেত্ৰত প্ৰত্যাহ্বান গঢ়িব হাজোৱে

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ বহিঃৰাজ্যৰ আমদানিকৃত চালানী মাছে অসমৰ বজাৰ ভৰি থকাৰ সময়তে অসম চৰকাৰে তীৰ্থনগৰী হাজোত গ্ৰহণ কৰিছে এক অভিলাষী আঁচনি । শ্যামপ্ৰসাদ মুখাৰ্জী ৰুৰবান আঁচনিৰ অধীনত হাজো উন্নয়ন খণ্ডৰ তিনিটা গাঁও পঞ্চায়তৰ বাবে তিনিশ কোটি…

গোসাইগাঁৱত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান; শাল কাঠ জব্দ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ধ্বংসৰ গৰাহত ইতিহাস প্ৰসিদ্ধ কচুগাঁও বনাঞ্চল। বন বিভাগে নাকি লগাব পৰা নাই চোৰাং কাঠ মাফিয়াক। দীৰ্ঘদিনৰ পৰা মূৰৰ কামোৰণি হৈ পৰা বন মাফিয়াৰ বিৰুদ্ধে অৱশেষত কোকৰাঝাৰৰ কচুগাঁও বনাঞ্চলৰ ছানফান ৰেঞ্জৰ মইনাগুৰীত বন…

গণৰাজ্য দিৱসৰ পেৰেডৰ নেতৃত্ব ল’ব অসম ৰাইফলছে

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ আগন্তুক গণৰাজ্য দিৱসক লৈ এতিয়া পূৰ্ণ প্ৰস্তুতি গঢ়ি তুলিছে মহানগৰ জিলা প্ৰশাসনে । মঙলবাৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এক সংবাদমেল সম্বোধন কৰি ইয়াৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত…

আখতাৰে কলে ধোনীৰ বিকল্প কোন .. নাম শুনিলে আচৰিত হ’ব আপুনি?

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন উইকেটকীপাৰ অধিনায়ক মহেন্দ্ৰ সিঙ ধোনীৰ বিকল্পৰ সন্ধান এতিয়াও অব্যাহত ৰাখিছে ভাৰতীয় দলটোৱে। এতিয়ালৈকে ঋষভ পণ্টক ধোনীৰ বিকল্প হিচাপে দেখা গৈছে কিন্তু পণ্টে আশা অনুসৰি প্ৰদৰ্শন কৰিবলৈ…