শিক্ষা বিভাগত নতুন মন্ত্রী আৰু প্রত্যাশা !
‘জার্নাল অৱ লীডাৰশ্বিপ এণ্ড অর্গেনাইজেচন ষ্টাডিছ’ৰ সম্পাদক তথা মেনেজমেণ্ট বিষয়ৰ খ্যাতানামা বিশেষজ্ঞ ফ্রেড লুথান্সে নেতৃত্ব সন্দর্ভত এষাৰ তাৎপর্যপূর্ণ কথা কৈছে৷ তেওঁৰ মতে, নেতাৰ আচৰণে তেওঁৰ অধীনস্থসকলৰ কার্যফল আৰু সন্তুষ্টিৰ ওপৰত প্রভাৱ…