নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত বিকল্প মানেই কংগ্ৰেছঃ ৰিপুণ বৰা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ৰাজ্যত বিকল্প ৰাজনীতিৰ দলৰ কুছকাৱাজ চলি থকা সময়তে ৰিপুণ বৰাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। আছুৰ নেতৃত্বক প্ৰত্যাহ্বান জনাই সাংবাদিকৰ সৈতে হোৱা এক মুখামুখিত ৰিপুণ বৰাই কয় যে অসমত কংগ্ৰেছৰ বাহিৰে বিকল্প নাই। কংগ্ৰেছেই…

মাজুলীত প্লাষ্টিকৰ ঘৰ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ মাজুলীৰ ৰাইজৰ নতুন পদক্ষেপ। নিজস্ব গৃহ নথকা আৰু জৰাজীৰ্ণ গৃহত চলি থকা অংগনবাড়ী কেন্দ্ৰসমূহৰ বাবে নতুন নিৰ্মাণ কৰা হৈছে ১০০টা কেন্দ্ৰ। শিশুসকলৰ পৰ্যাপ্ত পৰিচৰ্যাৰ বাবে নিৰ্মাণ কৰা এই কেন্দ্ৰ সমূহৰ বৈশিষ্ট হৈছে …

সপ্তম শ্রেণীৰ পাঠ্যক্রমত অন্তর্ভুক্ত সোণাৰিৰ প্রিঞ্চিৰ কাহিনী

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ শাৰীৰিক প্রতিবন্ধকতা জীৱনৰ কোনো ক্ষেত্রত যে অন্তৰায় হ’ব নোৱাৰে তাৰ স্পষ্ট উদাহৰণ সোণাৰিৰ যুৱতী প্রিঞ্চি  গগৈ ৷ জীৱন যুঁজত কোনোদিনে হাৰ নমনা এইগৰাকী যুৱতীৰ জীৱন গাথা শেহতীয়াকৈ পাঠ্যক্রমত অন্তর্ভুক্ত হৈছে৷ হেঁপাহ,…

বৰহোলাত জোতাৰ দোকানত পিষ্টল, গুলী উদ্ধাৰ

নিয়মীয়া বার্তা, ২১ জানুৱাৰীঃ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে সোমবাৰে বৰহোলা চাৰিআলিৰ এখন জোতাৰ দোকানত অভিযান চলাই পিষ্টল আৰু ২৭ জাঁই গুলী উদ্ধাৰ কৰা ঘটনাই সমগ্র অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷ বিশেষ সূত্রৰ খবৰৰ…

অ’এনজিচিৰ উন্মুক্ত পাইপে বিপদ মাতিছে ভটীয়াপাৰবাসীলৈ

নিয়মীয়া বার্তা,২১ জানুৱাৰীঃ নৱৰত্ন উদ্যোগ ৰূপে খ্যাত অ’এন জি চিয়ে অসমৰ ভূ–গর্ভৰ পৰা প্রচুৰ পৰিমাণে খাৰুৱা তেল উৎপাদন কৰিবলৈ সক্ষম হৈছে যদিও তেল ক্ষেত্র এলেকাৰ সাধাৰণ কৃষক ৰাইজৰ সেউজ ভূমিৰ সুৰক্ষাৰ ক্ষেত্রত বিভাগটোৱে সদায়েই মাহী আইৰ দৃষ্টি…

শীঘ্রে পূৰণ হ’ব পশুপালনৰ বহু খালী পদঃ অতুল বৰা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ যোৱা ১৮ জানুৱাৰীৰ পৰা তিনিদিনীয়া কার্যসূচীৰ গোৱালপাৰা চহৰৰ নটসূর্য ফণী শর্মা ভৱনত অনুষ্ঠিত অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ ৩৩সংখ্যক দ্বি–বার্ষিক অধিৱেশনখনৰ  সোমবাৰে মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত…

পুৱা–গধুলি হৰিনামৰ ধ্বনিত মুখৰিত বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র

নিয়মীয়া বার্তা, ২১ জানুৱাৰীঃ উত্তৰ–পূর্বাঞ্চলৰ সর্ববৃহৎ ধর্মীয়, সাংস্কৃতিক আৰু সাহিত্যানুষ্ঠান হিচাপে স্বীকৃতি লাভ কৰা শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বার্ষিক অধিৱেশনখন বোকাখাত জিলা শাখাৰ আতিথ্যত বোকাখাত মহকুমাৰ অন্তর্গত দিহিঙীয়া মহুৰা পথাৰৰ…

বশিষ্ঠ নৈৰ প্রদূষিত পানীত জীয়াই ৰখা মাছ বিক্রীঃ নির্বিকাৰ প্রশাসন

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ যি সময়ত অন্ধ্রপ্রদেশৰ পৰা অহা ফর্মেলিনযুক্ত চালানী মাছ নিষিদ্ধ কৰি খাদ্য সুৰক্ষা বিভাগে মহানগৰীত অভিযান অব্যাহত ৰাখিছে, সেই সময়তে মহানগৰবাসীয়ে প্রদূষিত পানীত জীয়াই ৰখা মাছ খাব লগা হৈছে ৷ একাংশ পাইকাৰী ব্যৱসায়ীয়ে…

সফলতাৰে আজি ১২ বছৰ সম্পূৰ্ণ কৰিলে নিউজ লাইভে

নিয়মীয়া বার্তা,২১ জানুৱাৰীঃ উপজা মাটিৰ পৰশেৰে উজ্জীৱিত অসমৰ প্ৰথমটো চেটেলাইট চেনেল নিউজ লাইভে বিগত এটা দশক পাৰ কৰি আজি গৌৰৱোজ্জল ১২ বছৰ সম্পূৰ্ণ কৰিলে । ২০০৮ বৰ্ষৰ ২১ জানুৱাৰীত উত্তৰ-পূব ভাৰতৰ দ্বিতীয়টো চেটেলাইট চেনেল ৰূপে ভূমিষ্ঠ হোৱা…

‘কা’বিৰোধী ৭৫খন পিআইএলঃ উচ্চতম ন্যায়ালয়ত কাইলৈ শুনানি

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ত বিতর্কিত নাগৰিকত্ব সংশোধনী আইনক (কা) প্রত্যাহ্বান জনোৱা লেখ আবেদন, অর্থাৎ  পি আই এলৰ শুনানি ল’বলগীয়া বিচাৰপীঠখন নতুনকৈ গঠন কৰিলে মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডেই ৷ বুধবাৰে গ্রহণ কৰিবলগীয়া এক…