নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জি বিদাই–বি বাথাৰক মূলসুঁতিলৈ আহ্বান ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ শান্তি প্রক্রিয়াত চামিল হ’বলৈ আগবাঢ়ি অহা নেচনেল ডেম’ক্রেটিক ফ্রণ্ট অৱ বড়োলেণ্ড, চমুকৈ এনডিএফবিৰ বিৰুদ্ধে অভিযান বন্ধ ৰাখিব আৰক্ষী–নিৰাপত্তা বাহিনীয়ে ৷ এনডিএফবিৰ অধ্যক্ষ বি চাওৰাইগৌৰাৰ নেতৃত্বত বৃহস্পতিবাৰে…

ভাৰোত্তোলনত সিদ্ধান্তৰ সোণঃ প্রবাল প্রতিম–গীতাশ্রীৰ ৰূপ

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ ভাৰোত্তোলকে চমকপ্রদ প্রদর্শনেৰে কালি তিনিটাকৈ পদক জয় কৰে৷ দিছপুৰস্থিত ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ভাৰোত্তোলন ইভেণ্টৰ ২১ বছৰ অনূর্ধ্বৰ ৬১ কেজিত অসমৰ…

দ্বিতীয় এদিনীয়াত ৩৬ ৰানত জয়ী টীম ইণ্ডিয়া

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত শক্তিশালী প্রত্যাৱর্তন ঘটাইছে টীম ইণ্ডিয়াই৷ প্রথম এদিনীয়াত ১০ উইকেটত বিধ্বস্ত হোৱা বিৰাট কোহলি নেতৃত্বাধীন ঘৰুৱা দলটোৱে কালি ৰাজকোটত কেংগাৰু বাহিনীক ৩৬ ৰানত পৰাস্ত কৰিবলৈ…

অ’পেনাৰ হিচাপে এদিনীয়াত দ্রুত ৭ হাজাৰ ৰানেৰে অভিলেখ ৰোহিতৰ

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ বর্ণিল কেৰিয়াৰত আন এক গৌৰৱৰ অধিকাৰী হ’ল টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মা৷ এদিনীয়া ক্রিকেটত অ’পেনাৰ হিচাপে দ্রুতগতিত সাত হাজাৰ ৰান পূর্ণ কৰি বিশ্বৰ প্রথমগৰাকী বেটছমেন ৰূপে অভিলেখ গঢ়িলে ৰোহিতে৷ ৰাজকোটত কালি…

খেলো ইণ্ডিয়াঃ তিনি ভিন্ন খেলত ৰাজ্যক প্রতিনিধিত্ব কৰিছে ৩ সন্তানে

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ গুৱাহাটীত চলি থকা খেলো ইণ্ডিয়া য়ুথ গেমছত তিনি ভিন্ন খেলত অসমক প্রতিনিধিত্ব কৰিছে এগৰাকী মাতৃৰ তিনিটাকৈ সন্তানে৷ পূর্ণিমা মণ্ডল নামৰ এইগৰাকী মাতৃৰ তিনি ক্রীড়াবিদ সন্তান হ’ল সুজিত মণ্ডল, প্রদীপ মণ্ডল আৰু মালবিকা…

ৱেব প’ৰ্টেলৰ দৌৰাত্ম্যঃ আৰক্ষীৰ জালত পৰিল এডিটৰ ইন ছীফ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ গোৰেশ্বৰৰ পৰা ছিপাঝাৰলৈ আহি যুৱতী অপহৰণৰ লগতে ধর্ষণ কৰি হত্যা কৰা বুলি বৃহস্পতিবাৰে এটা ৱেব প’র্টেলে ছচিয়েল মিডিয়াত ভুৱা বাতৰি প্রচাৰ কৰাৰ অপৰাধত দৰং আৰক্ষীৰ হাতত শুকুৰবাৰে কৰায়ত্ত হয় ৱেব প’র্টেলৰ সম্পাদক ৷ দৰং…

তৃতীয় বিকল্পক লৈ বিভাজিত ৰাজ্যৰ দল–সংগঠন

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ সদৌ অসম ছাত্র সন্থাই নতুন ৰাজনৈতিক দল গঠনৰ স্পষ্ট ইংগিত দিয়াৰ লগে লগে আৰম্ভ হৈছে নানা জল্পনা–কল্পনা৷ সম্ভাব্য দলটোৰ গঠন প্রক্রিয়া, নেতৃত্বক লৈও ব্যাপক চর্চা চলিছে৷ কিন্তু তাৰ মাজতে এটা নতুন আঞ্চলিকতাবাদী শক্তিৰ…

নতুন ৰাজনৈতিক দলে ক্ষতি নকৰে বিজেপিৰঃ ৰঞ্জিত দাস

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ ‘কা’বিৰোধী আন্দোলনৰ মাজতে নতুনকৈ ৰাজনৈতিক দল গঠনৰ বাবে আৰম্ভ হোৱা চর্চাক লৈ প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আজি কয় যে নতুন দলে বিজেপিৰ তিলমানো ক্ষতি নকৰে৷ তেওঁৰ স্পষ্ট মত– অসমৰ…

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণঃ মন্ত্রীসভাত সোমাল যোগেন মহন, সঞ্জয় কিষাণ

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ ৰাজ্যত কা বিৰোধী অস্থিৰতাৰ মাজতে আজি দ্বিতীয়বাৰৰ বাবে সম্প্ৰসাৰণ হ'ল বিজেপি মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰীসভাৰ । নতুন মন্ত্রী ৰূপে আজি শপত ল’লে মাহমৰাৰ বিধায়ক যোগেন মহন আৰু তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে৷ উল্লেখ্য…

সম্প্রীতিৰ বিনিময় প্রথাত উজলিল বর্ণিল সংস্কৃতি

নিয়মীয়া বার্তা,১৮ জানুৱাৰীঃ প্রাক্–ঐতিহাসিক যুগৰ বিৰল বিনিময় প্রথাৰে উজলি উঠিল ঐতিহাসিক জোনবিলৰ পাৰ ৷ কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিল আধুনিক মুদ্রাৰ প্রচলন ৷ কাহিলিপুৱাৰ পৰা অনুষ্ঠিত এই ঐতিহাসিক বিনিময় মেলাত বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে ভিৰ…