বর্ষাপাৰাত ৰঞ্জি ট্রফীঃ আজিৰে পৰা অসম–মহাৰাষ্ট্রৰ মেচ
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ উত্তৰাখণ্ড আৰু ছত্তিশগড়ৰ বিৰুদ্ধে উন্নত প্রদর্শনেৰে উজ্জীৱিত হৈ থকা অসমে আজিৰে পৰা ৰঞ্জি ট্রফীত মহাৰাষ্ট্রৰ মুখামুখি হ’ব৷
বর্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ঘৰুৱা দল অসমে সম্পূর্ণ ৬ পইণ্ট…