নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ বছৰে জুবিনৰ কিয় পেট ওলোৱা নাই ক’লে জুবিনে

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ CAAক লৈ পুনৰ সৰৱ জুবিন গাৰ্গ। নতুন দল গঠনৰ সন্দৰ্ভত জুবিন গাৰ্গে কয় যে নতুন দল গঠনৰ কথাটো এতিয়াও অহা নাই। নতুন দল হ'বও পাৰে নহ'বও পাৰে, লুৰিণ, মই আৰু দীপাংকই নতুন দলৰ কথা কৈছো। সমুজ্জ্বল ভট্টাচাৰ্যই এতিয়াও নতুন…

লতা-ভূপেনৰ যুগলবন্দী

                                                   মনজিত ৰাজকোঁৱৰ                                লতা যেন ব’হাগী কুলিৰে মাত ৷ লতা মংগেশকাৰৰ কণ্ঠৰ বর্ণনা দিবলৈ গৈ ভূপেন হাজৰিকাই আওৰাইছিল উর্দু কবি জিগৰ মোৰাদাবাদীৰ এফাঁকি শ্বায়েৰী– ‘নগমা…

PUBG খেলি থকাৰ সময়তে ব্ৰেইন ষ্ট্ৰ’ক হৈ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ মহাৰাষ্ট্রৰ পুনেত এজন ২৫ বছৰীয়া লোকে পাবজি খেলি থকাৰ সময়তে ব্ৰেইন ষ্ট্ৰ'ক হৈ মৃত্যুক আঁকোৱালি লয় । আৰক্ষীয়ে জনোৱা অনুসৰি, পুনেৰ পিম্পৰি চিনচিৱাদিৰ নিৱাসী হর্ষাল মেমন নামৰ লোকজনে অনলাইন যোগে পাবজি নামৰ খেলবিধ…

কাইলৈৰ পৰা ৰবীন্দ্র ভৱনত ৰাষ্ট্রীয় শিশু নাট সমাৰোহ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ গুৱাহাটীৰ ৰবীন্দ্র ভৱনত অনুষ্ঠিত হ’ব অষ্টম বার্ষিক ৰাষ্ট্রীয় শিশু নাট সমাৰোহ ৷ এই নাট সমাৰোহত মুম্বাই, দিল্লী, কেৰালা, ভূপালৰ লগতে গুৱাহাটী, দৰং, গোৱালপাৰাৰ মুঠ ৯টা ভিন্ন নাট্যদলৰ…

মালিগাঁৱত নাহৰফুটুকীৰ আক্রমণত আহত কুমাৰ ছেত্রী

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা পাহাৰসমূহত দীর্ঘদিন ধৰি চলি থকা অবাধ বেদখল আৰু বনাঞ্চল ধ্বংসৰ পৰিণতিৰ ফল ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে ৷ বনাঞ্চলৰ পৰা ওলাই অহা বন্যপ্রাণীৰ আক্রমণত মহানগৰীৰ বিভিন্ন স্থানত কেইবাজনো…

কেইখনমান সর্বাধিক প্রচলিত বাতৰি কাকত

নিয়ৰ ইণ্ডিয়ান ৰীডাৰশ্বিপ ছার্ভে অনুযায়ী ভাৰতবর্ষত প্রায় ৩৯ শতাংশ লোকে বাতৰিকাকত পঢ়ে৷ ২০১১ চনৰ তথ্য মতে, সমগ্র বিশ্বত দৈনিক প্রায় ৩৩০ মিলিয়ন বাতৰিকাকত প্রচলন হয়৷ ২০০৫ চনৰ এক তথ্য অনুযায়ী বিশ্বৰ সর্বাধিক বাতৰিকাকত প্রচলন…

পানীখাইতীবাসীয়ে সেৱন কৰিছে প্রদূষিত পানী

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ৰাজনৈতিক আশিসপুষ্ট একাংশ অনা–অসমীয়া ব্যৱসায়ীয়ে জনবসতিপূর্ণ অঞ্চলত বিভিন্ন উদ্যোগ স্থাপন কৰি জনজীৱনলৈ ভাবুকি কঢ়িয়াই আহিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ আন আন প্রান্তততো দূৰৰে কথা, ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ সমীপৱর্তী…

ফলৰ চালাদ কেনেকৈ বনাব?

সকলো ধৰণৰ ৰং–বিৰঙৰ বতৰৰ ফল সৰু সৰুকৈ কাটি লৈ এটা গ্লাছৰ বাটিত ভালদৰে সজাই লওক৷ এতিয়া তাতে কম পৰিমাণে ক্রীম বা দৈ মিহলাই ভালদৰে সানিব৷ আধা ঘণ্টামান এইখিনি একাষৰীয়াকৈ ৰাখি ক্রীম বা দৈখিনি ফলৰ ভিতৰত সোমাই যাব, তেতিয়া পৰিৱেশন কৰিব৷ ডাঙৰসকলৰ…

চাহ সেৱনৰ সুফল কি কি জানেনে?

১) চাহত এণ্ঢিক্সিডেণ্ট থাকে, যিয়ে আমাৰ নানা বেমাৰত বাধা দিয়ে ৷ (২) চাহত কম পৰিমাণে কেফাইন থাকে বাবে শৰীৰৰ কোনো ক্ষতি নকৰে ৷ (৩) চাহে হার্ট এটেক আৰু ষ্ট্র’ক বেমাৰৰ পৰা হাত সৰাত সহায় কৰে ৷ (৪) চাহে শৰীৰৰ হাড টান আৰু মজবুত কৰাত সহায় কৰে ৷…

বিজ্ঞাপন দেখি খাদ্য আৰু পানীয় নিকিনিব

      বৃহৎ খাদ্য প্রস্তুতকাৰী কোম্পানীবোৰে তেওঁলোকে প্রস্তুত কৰা খাদ্য আৰু পানীয়ৰ প্রতি গ্রাহকক আকৃষ্ট কৰিবলৈ বহু টকা খৰচ কৰে, বিজ্ঞাপনৰ দ্বাৰা গ্রাহকক পতিয়ন নিয়াবলৈ চেষ্টা কৰা হয় যে এনেকুৱা স্বাস্থ্যবর্ধক আহাৰ আৰু পানীয় খালে মানুহ…