নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াত শিবাংগী শৰ্মাৰ দ্বিতীয়টো স্বৰ্ণ

খেলো ইণ্ডিয়াত ২১বছৰ অনুৰ্ধ্বৰ ফ্ৰী ষ্টাইল ছুইমিঙত সোণৰ পদক শিবাংগী শৰ্মাৰ ২১বছৰ অনুৰ্ধ্বৰ ৮০০ মিটাৰ ফ্ৰী ষ্টাইল ছুইমিঙতো সোণৰ পদক জিনিলে শিবাংগী শৰ্মাই ২১বছৰ অনুৰ্ধ্বৰ ভাৰাত্তোলনৰ ৪৯ কেজি শাখাত গীতাশ্ৰী সোণোৱালৰ ৰূপৰ পদক লাভ…

আজি শিল্পী দিৱস

নিয়মীয়া বাৰ্তা, ১৭ জানুবাৰীঃ আজি শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ৬৯সংখ্যক মৃত্যু তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত গীতে-মাতে স্মৰণ কৰিছে মহান শিল্পীগৰাকীক। আনহাতে দৰং জিলাৰ মহলীয়াপাৰাত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰে…

অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ আৰম্ভ

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ বৃহস্পতিবাৰৰ পৰা ওদালগুৰি জিলাৰ অসম-অৰুণাচলপ্ৰদেশ আৰু ভূটানৰ ত্ৰিবেণী সংগমত অৱস্থিত ৰাজ্যৰ জনপ্ৰিয় পৰ্যটনস্থলী ভৈৰৱকুণ্ডত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ। ৰাজ্য চৰকাৰৰ…

থিয়েটাৰৰ পেণ্ডেলত সোমাল হাতী

নিয়মীয়া বার্তা, ১৭ জানুৱাৰীঃ  আমচৈ চাহ বাগিচাত থকা ঐতিহ্যমণ্ডিত দুর্গা মন্দিৰ নির্মাণৰ সাহায্যার্থে বাগিচাখনৰ খেলপথাৰত নাটক মঞ্চস্থ কৰিবলৈ অহা থিয়েটাৰ বীণাপাণিৰ অস্থায়ী পেণ্ডেলৰ ভিতৰত অকলশৰীয়াকৈ বিচৰণ কৰি ফুৰা বনৰীয়া হাতী এটাই নিশা পেণ্ডেলৰ…

খেলো ইণ্ডিয়াত পুনৰ অসমলৈ ৰূপ

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ খেলো ইণ্ডিয়াত ৰূপৰ পদক জিনিলে অসমৰ প্ৰবাল প্ৰতীম গগৈয়ে। ভাৰাত্তোলনৰ ৫৫ কেজি শাখাত ৰূপৰ পদক খেলুৱৈগৰাকীৰ। খেলো ইণ্ডিয়াত ৬টা সোণ, ৮টা ৰূপ আৰু ১১টা ব্ৰঞ্জৰ পদকৰে মুঠ ২৫টা পদক লাভ কৰি দেশৰ ভিতৰত ১৩ নম্বৰ স্থানত আছে…

CAAৰ নীতি-নিৰ্ধাৰণৰ কাম আৰম্ভ কেন্দ্ৰৰ

CAAৰ নীতি নিৰ্ধাৰণৰ কাম আৰম্ভ কেন্দ্ৰৰ নাগৰিকত্ব পাবৰ বাবে প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা নতুন দিল্লীত অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক বৈঠকত অংশগ্ৰহণ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় চৰকাৰক বিধিৰ বিৱৰণ অসম চৰকাৰৰ…

ৰাজকোটত টছত জয়ী হৈ ফিল্ডিং অষ্ট্ৰেলিয়াৰ

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ আজি ৰাজকোট অনুষ্ঠিত হৈছে দ্বিতীয় দিনা। প্ৰথমে টছত জয়ী হৈ ফিল্ডিং সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ। ভাৰতীয় দলত মনীষ পাণ্ডে আৰিু নৱদ্বীপ চাইনী অন্তৰ্ভুক্ত হৈছে। পণ্ট আৰু চাৰ্দুল ঠাকুৰ দলৰ পৰা বাহিৰ হৈছে। আনহাতে অষ্ট্ৰেলিয়াত…

১ ফেব্ৰুৱাৰীত নিৰ্ভয়াকাণ্ডৰ ৪ দোষীক ফাঁচি

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ ২২ জানুবাৰীত নহয় নিৰ্ভয়া কাণ্ডৰ চাৰি অপৰাধীৰ ফাঁচি। এতিয়ালৈকে নির্ভয়াৰ ৪ হত্যাকাৰীৰ আবেদন তিনিবাৰকৈ খাৰিজ কৰা হৈছে ৷ নিম্ন আদালত, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত ফাঁচিৰ ৰায়ৰ বিৰুদ্ধে কৰা আবেদন নাকচ হোৱাৰ পিছত…

নিৰাপত্তা পৰিষদত পুনৰ মুখথেকেচা চীনৰ

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠকত পুনৰ কাশ্মীৰ প্রসংগ উত্থাপন কৰিবলৈ গৈ ব্যর্থ হৈছে চীন৷ ভাৰতে সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰাৰ উপৰি উপত্যকা…

আজিৰে পৰা আৰম্ভ দশম ভূটান-ভাৰত বন্ধুত্ব মেলা আৰু ঐতিহাসিক মাঘমেলা

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ আজিৰে পৰা বাক্সাৰ সুৱনখাটালৈ ভূটান পাহাৰৰ পৰা আহিব কুৰমালাগা ৷ সম্প্ৰীতিৰ বাণী লৈ আহিব ভূটীয়া কুৰমালাগা ৷ বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ সুৱণখাটাত অনুষ্ঠিত ভূটান- ভাৰত বন্ধুত্ব মেলালৈ আহিব ভূটানৰ নাগৰিক ৷ আজিৰে পৰা…