নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত ১ কোটি, অসমত ৫ লাখে পাব নাগৰিকত্ব; কি কি থাকিব বিশেষ চৰ্ত ?

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (কা)ৰ বিধি প্রণয়নৰ কাম আৰম্ভ কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ বৃহস্পতিবাৰে এই বিধি প্রস্তুত সম্পর্কীয় এক বৈঠকত অসম চৰকাৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ ৰাজ্যৰ বিত্ত,…

অষ্টম ভৈৰৱকুণ্ড পর্যটন মহোৎসৱক লৈ মুখৰ প্রকৃতিৰ ৰাণী

নিয়মীয়া বার্তা,১৮ জানুৱাৰীঃ প্রকৃতিৰ বিনন্দীয়া সৌন্দর্যৰ আকৰ ভৈৰৱকুণ্ডত এতিয়া আনন্দৰ মেলা ৷ অসমৰ অন্যতম পর্যটনস্থলী ভৈৰৱকুণ্ড নিজেই সৌন্দর্যৰ ভাণ্ডাৰ ৷ চুবুৰীয়া ৰাষ্ট্র ভূটান আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ সুউচ্চ পাহাৰ, তাৰ মাজেৰে বৈ গৈছে…

আঠদিনীয়াকৈ আৰম্ভ দশম বার্ষিক ভাৰত–ভূটান বন্ধুত্ব মেলা

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ বাগ্সাৰ সুৱণখাটাত শুকুৰবাৰৰ পৰা আঠদিনীয়াকৈ আৰম্ভ হয় দশম বার্ষিক ভূটান–ভাৰত বন্ধুত্ব মেলা ৷ চুবুৰীয়া ৰাষ্ট্র ভূটানৰ পৰা উপস্থিত হৈছে বহুসংখ্যক ভূটানৰ নাগৰিক ৷ ভাৰত–ভূটান বন্ধুত্ব মেলাৰ সৈতে আৰম্ভ হৈছে ৬৮সংখ্যক…

নাৰেংগী–বোন্দা চাৰিলেনযুক্ত পথত পুখুৰীসদৃশ গাঁত

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ নাৰেংগীৰ পৰা বোন্দালৈ নির্মাণ কৰা চাৰিলেনযুক্ত পথ নির্মাণত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ নির্মাণকার্যত অনিয়ম হোৱাৰ বাবেই নির্মাণ কৰাৰ ছমাহ নৌহওঁতেই পথৰ মাজত পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে৷ কেৱল সেয়াই নহয়, পথটোৰ…

যশোদা হাস্পতালৰ সাফল্যঃ জটিল অস্ত্রোপচাৰেৰে ৰোগীক দিলে স্বাভাৱিক জীৱন

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ গুৱাহাটীৰ ৰূপক কুমাৰ শর্মা নামৰ এজন ৰোগীৰ ৰাজহাড়ৰ এক জটিল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰি ৰোগীক স্বাভাৱিক জীৱন দিবলৈ সক্ষম হৈছে হায়দৰাবাদৰ মাল্টিস্পেচিয়েলিটী যশোদা হাস্পতালে৷ ৰোগীগৰাকীয়ে দীর্ঘদিন ধৰি…

বৰাগাঁৱত চৰকাৰী ভূমি বেদখল ভূ–মাফিয়াৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত একাংশ ভূ–মাফিয়াই চৰকাৰী মাটি দখল কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ শেহতীয়াকৈ মহানগৰীৰ বৰাগাঁৱৰ নিজৰাপাৰাত হাজোৰ আনোৱাৰ হুছেইন নামৰ এজন ভূ–মাফিয়াই ১০ বিঘা চৰকাৰী ভূমি দখল কৰি অসামাজিক…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে৷ প্রেমত নতুন প্রস্তাৱ আহিব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷ বৃষঃ স্বাধীন ব্যৱসায়ত সফলতা লাভ কৰিব৷ ঘৰুৱা দিশত ভাতৃৰ লগত মতবিৰোধ…

পল্টনবজাৰ থানাত ভগা বাইক–গাড়ীৰ দ’ম

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ মহানগৰীৰ প্রাণকেন্দ্রস্বৰূপ পল্টনবজাৰত ৰে’লৱে ষ্টেচন আৰু পৰিবহণ নিগমৰ বাছ আস্থান অৱস্থিত৷ স্বাভাৱিকতে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বহিঃৰাজ্যৰো মানুহে পল্টনবজাৰত নিতৌ ভিৰ কৰে৷ কিন্তু এই জনবহুল স্থানত নিৰাপত্তা…

ৰাজকোট এদিনীয়াঃঅষ্ট্ৰেলিয়াক জয়ৰ বাবে ৩৪০ ৰাণ প্ৰয়োজন

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ ৰাজকোটত অনুষ্ঠিত হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয় খন এদিনীয়াত ভাৰতে ৫ উইকেটৰ বিনীময়ত ৩৪০ ৰাণ সংগ্ৰহ কৰিছে। টছত অষ্ট্ৰেলিয়াই জয়ী হৈ ভাৰতে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ভাৰতে সুযোগৰ সদব্যৱহাৰ কৰি শিখৰ ধাৱনৰ ৯৬…

কাইলৈ সম্প্ৰসাৰণ সোণোৱাল মন্ত্ৰী সভা

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ   শনিবাৰে সোণোৱাল মন্ত্ৰী সভাৰ হ'ব সম্প্ৰসাৰণ মন্ত্ৰী সভাত স্থান পোৱাৰ সম্ভাৱনা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণৰ।