নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াত অসমৰ প্ৰথমটো স্বৰ্ণ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ খেলো ইণ্ডিয়াত অসমলৈ প্ৰথমটো স্বৰ্ণ পদক কঢ়িয়াই আনিলে পূজা বসুমতাৰীয়ে। ১৭ বছৰৰ অনুৰ্ধ্বৰ ৫৭ কেজিৰ মহিলা জুডোত এই পদক লাভ কৰিলে পূজাই। ফাইনেলত উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দীক ১-০ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক আঁজুৰি…

একবিংশ শতিকাৰ এটা আধুনিক ঢেঁকী; ৫ মিনিটত খুন্দিব পাৰিব ১০ কেজি চাউল….

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ হেঁপাহৰ ভোগালীলৈ মাজত মাথো দুদিন । গাঁৱৰ ঘৰখনৰ পৰা ভাহি আহিছে ঢেঁকীৰ শব্দ ৷ সমান্তৰালকৈ জীয়ৰী–বোৱাৰীসকলো ব্যস্ত হৈ পৰিছে এতিয়া আখলত৷ পিচে যাৰ ঘৰত ঢেঁকী নাই তেওঁলোকেও যেন ৰৈ থকা নাই । হেঁপাহৰ ভোগালীক আদৰিবলৈ…

শ্যামা প্রসাদ মুখার্জীৰ নামেৰে নামাকৰণ হ’ল কলকাতা প’ৰ্ট ট্রাষ্ট

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ কলকাতা প'ৰ্ট ট্রাষ্টৰ নাম শ্যামা প্রসাদ মুখাৰ্জীৰ নামেৰে নামাকৰণ কৰা হ'ব । দেওবাৰে এই ঘোষণা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ । কলকাতা প'ৰ্ট ট্রাষ্টৰ ১৫০ বছৰীয়া বার্ষিকী উদ্বোধন অনুষ্ঠানৰ এক জনসভাত তেওঁ কয় যে- "মই…

এতিয়া আমি কি কৰিম, ক’লৈ যাম, ৩৩ মাহে দৰমহা নাপালে নগাঁও কাগজ কল কৰ্মচাৰীয়ে

জাগীৰোডৰ পৰা খনিন ডেকা, উৎপল বৰুৱা নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ হিন্দুস্তান পেপাৰ কৰ্প'ৰেচনৰ স্থাৱৰ সম্পত্তিৰ নিলাম প্ৰক্ৰিয়াই অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিলে গভীৰ সংকটৰ মাজত জীয়াই থকা নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক। গুৱাহাটী আৰু…

খেলো ইণ্ডিয়াঃ জুডোৰ ফাইনেলত অসমৰ দুই খেলুৱৈ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ জিমনাষ্ট উপাসা তালুকদাৰে খেলো ইণ্ডিয়াত দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পাছত এইবাৰ জুডোৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ দুই খেলুৱৈ।  মহিলা জুডোৰ ৫৭ কেজি শাখাৰ ফাইনেলত পূজা বসুমতাৰী আৰু ৬৩ কেজি শাখাৰ…

নগাঁৱৰ বঢ়মপুৰত হাতীৰ আক্ৰমণত এজন নিহত

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ৰাজ্যত ধাৰাবাহিক ভাৱে অব্যাহত আছে হাতী-মানুহৰ সংঘাত। নগাঁৱৰ বঢ়মপুৰত বন্যহস্তীয়ে আচাৰি মাৰিলে অমল গগৈ নামৰ এজন লোকক। অঞ্চলটোতত দীৰ্ঘদিনে চলি অহা হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজক কিছু সকাহ দিবলৈ বনবিভাগে খেদি আনিছিল প্ৰায়…

“কাৰ বিৰুদ্ধে ৰাজনৈতিক খেল বন্ধ কৰক”- প্ৰধানমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীক কটাক্ষ কৰি নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে । লগতে কয় যে এতিয়া পাকিস্তানক উত্তৰ দিয়া হ'ব সংখ্যালঘু লোকসকলক কিয় তাত নৃশংস অত্যাচাৰ চলোৱা হয় । মোদীয়ে আৰু…

NDFBৰ সকলো নেতা-সদস্যৰ আত্মসমৰ্পণ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ  উগ্ৰপন্থী সংগঠন NDFBৰ সকলো নেতা-সদস্যৰ আত্মসমৰ্পণ। ম্যানমাৰৰ এক গোপন স্থানত বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ সভাপতি বি চাইৰাগ্ৰা,সম্পাদক বি ফেৰেংগাকে ধৰি সকলো নেতা-সদস্যৰ। শনিবাৰে পুৱা…

পৰীক্ষাত অকৃতকার্য ছাত্রই জ্বলাই দিলে বিদ্যালয়

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহ অব্যাহত আছে দুৰ্বৃত্তৰ দুষ্কাৰ্য । শুকুৰবাৰে চন্দ্ৰপুৰৰ পানীখাইতীস্থিত শ্বহীদ কুশল কোঁৱৰ উচ্চ ইংৰাজী বিদ্যালয়ত দুৰ্বৃত্তই বিদ্যালয়খনৰ তলা ভাঙি জ্বলাই দিয়ে বহু মূল্যৱান…

আজি অমিত শ্বাহ–বিপ্লৱ শর্মা নেতৃত্বাধীন সমিতিৰ বৈঠক; ভাগ নলয় আছুৱে

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সম্পৰ্কীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ লগত আজি এক বৈঠকত মিলিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰীগৰাকীৰ নিমন্ত্ৰণমৰ্মে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বাধীন সমিতিৰ…