নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অমিত শ্বাহ–বিপ্লৱ শর্মা নেতৃত্বাধীন সমিতিৰ বৈঠক; ভাগ নলয় আছুৱে

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সম্পৰ্কীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ লগত আজি এক বৈঠকত মিলিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰীগৰাকীৰ নিমন্ত্ৰণমৰ্মে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বাধীন সমিতিৰ…

পাক অধিকৃত কাশ্মীৰ হ’ব ভাৰতৰ !!!

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ পাক অধিকৃত কাশ্মীৰত বৃহৎ অভিযান চলাবলৈ সাজু হৈ আছে ভাৰতীয় সেনা । দেশৰ সংসদে বিচাৰিলে পাক অধিকৃত কাশ্মীৰ ভাৰতৰ হ'ব-  এই বিস্ফোৰক মন্তব্য ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানেৰ৷ জম্মু–কাশ্মীৰস্থিত পৃথিৱীৰ…

অসমীয়াৰ পদূলিত হেঁপাহৰ ভোগালী

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ পথাৰৰ সোণগুটিৰে উপচি পৰিছে গঞাৰ ভঁৰাল । পুহমহীয়া শীতৰ সেমেকা সুবাসত তালে তালে অসমীয়াৰ পদূলি পালেহি বাপতিসাহোন ভোগালী বিহু । হেঁপাহৰ ভোগালীলৈ মাজত মাথো দুদিন । নাগৰিকত্ব সংশোধনী আইন (কা) বলৱৎ হোৱাৰ পাছতে ৰাজপথত…

মহানগৰীৰ বজাৰ ভৰিছে তিল পিঠা–নাৰিকলৰ লাড়ু, চিৰা, দৈৰে

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ কংক্রিটৰ মহানগৰীতো ভোগালীক আদৰিবলৈ প্রস্তুতি আৰম্ভ হৈছে৷ বিহুলৈ মাজত দুদিন থকাৰ সময়ত মহানগৰীৰ বজাৰত ক্রমশঃ উপলব্ধ হৈছে তিল পিঠাৰ পৰা আৰম্ভ কৰি দৈ–চিৰালৈকে৷ গুৱাহাটীৰ ভিন্ন প্রান্তত তিল পিঠা, নাৰিকলৰ পিঠা, লাড়ু,…

ৱাশ্বিং পাউডাৰৰ বিজ্ঞাপনক লৈ কিয় অক্ষয় কুমাৰৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ ?

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ বলীউডৰ জনপ্রিয় অভিনেতা অক্ষয় কুমাৰে কৰা ৱাশ্বিং পাউডাৰৰ এটা বিজ্ঞাপনক কেন্দ্র কৰি মহাৰাষ্ট্রত বিতর্কৰ সৃষ্টি হৈছে৷ মাৰাঠা যোদ্ধাৰ প্রতি এয়া অপমান বুলি ক্ষুব্ধ হৈ এটা মাৰাঠা সংগঠনে অক্ষয় কুমাৰৰ বিৰুদ্ধে আৰক্ষীক…

অবৈধঃ কেৰালাত ৫ ছেকেণ্ডতে ভাঙিলে দুটাকৈ বিলাসী এপার্টমেণ্ট

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ উপকূলীয় নিয়ম উলংঘা কৰি কেৰালাৰ কোচিত সাগৰৰ পাৰত নির্মাণ কৰা দুটাকৈ ১৯ মহলীয়া বিলাসী আৱাসিক এপার্টমেণ্ট শনিবাৰে উচ্চ প্রযুক্তিৰ সহায়েৰে ৫ ছেকেণ্ডতে ধ্বংস কৰি পেলায়৷ এই বিলাসী এপার্টমেণ্ট দুটাত চাৰিটা এপার্টমেণ্ট…

কাশ্মীৰত হিজবুলৰ কমাণ্ডাৰসহ গ্রেপ্তাৰ ২

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ জম্মু–কাশ্মীৰত আজি হিজবুল মুজাহিদীনৰ দুর্ধর্ষ কমাণ্ডাৰসহ দুই সন্ত্রাসবাদীক সেনাই গ্রেপ্তাৰ কৰিছে৷ দক্ষিণ কাশ্মীৰৰ অনন্তনাগত শনিবাৰে সেনাই অভিযান চলাই সন্ত্রাসবাদী দুটাৰ লগতে অস্ত্র–শস্ত্র আৰু বিস্ফোৰক সামগ্রীও…

কোহলিৰ অনন্য কৃতিত্ব অর্জন

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ অধিনায়ক হিচাপে দ্রুতগতিত ১১ হাজাৰ আন্তর্জাতিক ৰান কৰাৰ অনন্য কৃতিত্ব অর্জন কৰিলে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ শ্রীলংকাৰ বিপক্ষে শুকুৰবাৰে নিশা পুনেত খেলা তৃতীয়খন টি–২০ত ব্যক্তিগতভাৱে ১ ৰান কৰাৰ লগে লগে এই…

ট্রেক এণ্ড ফিল্ডৰ প্রথম দিনা গুজৰাটৰ আধিপত্য, অসমৰ ব্যর্থতা

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ গুৱাহাটীত চলি থকা তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্যতম আকর্ষণীয় ইভেণ্ট এথলেটিকছ শনিবাৰৰে পৰা আৰম্ভ হৈছে৷ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত ট্রেক এণ্ড ফিল্ড ইভেণ্টৰ প্রথম দিনা গুজৰাটে এটা স্বর্ণ, তিনিটা…

টেবুল টেনিছত হতাশাজনক প্রদর্শন অসমৰ খেলুৱৈৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছত প্রত্যাশিত প্রদর্শন দাঙি ধৰাত ব্যর্থ হৈছে অসমৰ উদীয়মান পেডলাৰসকলে৷ আৰ জি বৰুৱা ক্রীড়া প্রকল্পস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা টেবুল টেনিছত আজি অসমৰ অন্যতম…