নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ভাষাৰ জ্ঞান নাথাকিলে অসমত কৰিব নোৱাৰিব চাকৰি

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ অসমীয়া ভাষাৰ জ্ঞান নাথাকিলে কোনোৱে অসমত চৰকাৰী চাকৰি কৰিব নোৱাৰিব৷ অসম সাহিত্য সভাই চৰকাৰক এইক্ষেত্রত তিনি মাহ সময় বান্ধি দিছেছা৷ সেয়া আইএএছ বিষয়াই হওক বা অসম ভিত্তিত বাছনিভুক্ত বিষয়া–কর্মচাৰীয়ে হওক৷ এইদৰে…

নেহৰুবালিত ৪ দিনীয়া ভোগালী উৎসৱ; দুশ জ্যেষ্ঠ নাগৰিকক প্রদান কৰিব বিশেষ সন্মান

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ নগাঁও চহৰৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিত ১৪ জানুৱাৰীৰ পৰা ৪দিনীয়া এক বর্ণাঢ়্য কার্যসূচীৰে সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিক উদ্যোগত ১০৭ সংখ্যক ভোগালী বিহু উৎসৱ উদ্যাপিত হ’ব৷ দেওবাৰে নগাঁৱৰ শ্বহীদ ভৱনত…

আজি বিধানসভাৰ বিশেষ অধিৱেশন, ৰাজ্যপালৰ ভাষণৰ মাজতে বিৰোধীয়ে উত্তাল কৰিলে সদন…

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ আজি অসম বিধানসভাৰ বিশেষ অধিৱেশন৷ পুৱা ৯.৩০ বজাত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ল এদিনীয়া অধিৱেশনখন । বিধানসভাৰ কার্যক্রমণিকা অনুসৰি এই বিশেষ অধিৱেশনত ‘কা’ সম্পর্কত আলোচনাৰ কোনো সুযোগ নাই ৷ ইতিমধ্যে ৰাজ্যপালৰ ভাষণৰ…

ভাৰতত শিশুৰ ওপৰত যৌন নির্যাতন ২২ শতাংশ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ৱে প্রকাশ কৰা শেহতীয়া প্রতিবেদন মতে ২০১৮ চনত ভাৰতত প্রতিদিনে ১০৯টি শিশু যৌন নির্যাতনৰ বলি হৈছিল৷ পূর্বৰ বর্ষৰ তুলনাত সেয়া আছিল ২২ শতাংশ অধিক৷ এন চি বি আৰৰ তথ্য মতে ২০১৭ চনত এনে গোচৰ…

পুলৱামাত সেনাৰ এনকাউণ্টাৰ; হিজবুল মুজাহিদীনৰ কমাণ্ডাৰসহ নিহত ৩ সন্ত্রাসবাদী

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ জম্মু–কাশ্মীৰৰ পুলৱামা জিলাত দেওবাৰে পুৱা সেনাই চলোৱা এনকাউণ্টাৰত হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ হামাদ খানৰ উপৰি আন দুটা সন্ত্রাসবাদী নিহত হয়৷ দক্ষিণ কাশ্মীৰৰ ট্রাল অঞ্চলত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলোৱা তালাচী…

প্রস্তুতি পৰাশৰৰ প্রথম পৰিচালনাৰে আহি আছে ‘ৰাজকুমাৰী’

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ ‘ৰত্নাকৰ’ বক্স অফিচত ছুপাৰহিট হোৱাৰ পিছত নৱবর্ষত সম্পূর্ণ নতুন পৰিকল্পাৰে নির্মাণ হ’ব জনপ্রিয় নাট্যকাৰ অভিজিত ভট্টাচার্যৰ কাহিনী–চিত্রনাট্য সংলাপেৰে নতুন ছবি ‘ৰাজকুমাৰী’৷ সর্থেবাৰীৰ উদীয়মান প্রযোজক গুণজিত…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ আর্থিক উন্নতিৰ আশা৷ কিছুমান অস্থিৰতা থাকিলেও নিয়ন্ত্রণক্ষম৷ কর্মস্থানত মোটামুটি ভালেই দেখা যায়৷ যোগ্যতাৰ আলাপ–আলোচনাত ভাগ ল’ব পাৰিব৷ দাম্পত্যত শুভ৷ বিদ্যাত যত্নৰ সফলতা৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷ বৃষঃ ক্রমে দিনটো কিছু অনিশ্চিত যেন…

ডনবস্ক’ বিশ্ববিদ্যালয়লৈ এংগেজ ইউনিভাৰছিটী অৱ দ্য ইয়েৰ–২০২০ পুৰস্কাৰ

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ অসম ডনবস্ক’ বিশ্ববিদ্যালয় দক্ষতাপূর্ণ কর্ম আঁচনিৰে শৈক্ষিক আৰু সামাজিক দিশত আগবঢ়োৱা বৰঙণিৰ বাবে ‘এংগেজ ইউনিভাৰছিটী অৱ দ্য ইয়েৰ–২০২০’ শীর্ষক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ এই উপলক্ষে ১০ জানুৱাৰীত কেৰালাৰ তাজ…

মহানগৰীত চিপ লোৱা অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ জালুকবাৰীত। জালুকবাৰীৰ শংকৰদেৱ হাউচিং কমপ্লেক্সত দীৰ্ঘদিনে ভাৰাতীয়া হিচাপে থকা মৌচুমী শইকীয়া চহৰীয়া নামৰ যুবতী ডিজাইনাৰ গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হৈছে…

খেলো ইণ্ডিয়াঃ ৬৩ কেজি শাখাৰ জুডোত অসমলৈ ৰূপৰ পদক

নিয়মীয়া বাৰ্তা, ১২ জানুবাৰীঃ খেলো ইণ্ডিয়াৰ ৬৩ কেজি শাখাৰ জুডোত অসমলৈ ৰূপৰ পদক কঢ়িয়াই আনিলে ধৰিত্ৰী সোণোৱালে আনহাতে ১৭ বছৰৰ অনুৰ্ধ্বৰ জুডোৰ ৫৭ কেজিৰ মহিলা শাখাত সোণৰ পদক লাভ কৰে পূজা বসুমতাৰীয়ে।