নাৰী সুৰক্ষা
দেশৰ ৰাজধানী দিল্লীৰ মুনির্কাত ২০১২ চনৰ ১৬ ডিচেম্বৰত সংঘটিত নির্ভয়া কাণ্ডৰ চাৰি অপৰাধীৰ মৃত্যুদণ্ড ইতিমধ্যে নিশ্চিত হৈছে৷ ন্যায়ালয়ে শেহতীয়াকৈ জাৰি কৰা ‘ডেথ ৱাৰেণ্ট’ অনুসৰি চাৰিও নৰপিশাচে অহা ২২ জানুৱাৰীৰ দিনা ফাঁচিকাঠত ওলমিব৷ ‘নির্ভয়া’ক…