নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রেক এণ্ড ফিল্ডৰ প্রথম দিনা গুজৰাটৰ আধিপত্য, অসমৰ ব্যর্থতা

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ গুৱাহাটীত চলি থকা তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্যতম আকর্ষণীয় ইভেণ্ট এথলেটিকছ শনিবাৰৰে পৰা আৰম্ভ হৈছে৷ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত ট্রেক এণ্ড ফিল্ড ইভেণ্টৰ প্রথম দিনা গুজৰাটে এটা স্বর্ণ, তিনিটা…

টেবুল টেনিছত হতাশাজনক প্রদর্শন অসমৰ খেলুৱৈৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছত প্রত্যাশিত প্রদর্শন দাঙি ধৰাত ব্যর্থ হৈছে অসমৰ উদীয়মান পেডলাৰসকলে৷ আৰ জি বৰুৱা ক্রীড়া প্রকল্পস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা টেবুল টেনিছত আজি অসমৰ অন্যতম…

আজিৰ অন্তৰংগ আলাপতঃ ড্রেজার্ড হুইল মিউজিয়ামৰ জনক পিকলু ডেকা

স্কুললৈ যাওঁতে এজন লোকৰ ঘৰত দেখা এখন পুৰণি গাড়ী৷ পুৰণি গাডীখনৰ মোহে খেদি ফুৰা সৰু ল’ৰাটোৱে এদিন সপোন বাস্তৱায়িত কৰিলে৷ নিজৰ সর্বস্ব উজাৰি এখন নহয়, দুখন নহয়, কেইবাখনো গাডী ক্রয় কৰিলে৷ কিন্তু সেই গাড়ীসমূহ নিজৰ বাবে নহয়, উঠি অহা প্রজন্মৰ…

জাতীয় স্বার্থত মাত মতাৰ ক্ষেত্রত আজিলৈকে কাকো খাটিৰ কৰা নাই আৰু নকৰোঁ…

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ মই এতিয়া জনপ্রিয় শিল্পী নহয়, বিদ্রোহী শিল্পীহে৷ মঞ্চত প্রৱেশ কৰিয়ে জুবিন গার্গে ভৱানীপুৰত এইদৰে উদাত্ত কণ্ঠৰে মন্তব্য কৰে৷ উল্লেখ্য যে ভৱানীপুৰ পহুমাৰা গ্রন্থ মহোৎসৱৰ অন্তিম দিনৰ কার্যসূচী অনুসৰি শুকুৰবাৰে নিশা…

সময়মতে বিটিচিত নির্বাচন অনুষ্ঠিত নকৰি ইউটিচি জাপিলে হ’ব অগ্ণিগর্ভা পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ‘বিজেপিশাসিত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগী দলে ৰাইজৰ গণতান্ত্রিক আন্দোলনক আওকাণ কৰি এখনৰ পিছত আন এখন আইন বলৱৎ কৰাৰ দৰে যদি বিটিচিৰ নির্বাচন সময়মতে অনুষ্ঠিত নকৰি ইউটিচি গঠন কৰে, তেনেহ’লে বিটিচিৰ পৰিস্থিতি…

ড০ অমলেন্দু চক্রৱর্তীক মথুৰা দাস বুঢ়া আতা বঁটা প্রদান

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ধর্ম–দর্শন–সাহিত্য্ সংস্কৃতিৰ গৱেষক, পণ্ডিত হোজাইৰ ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ অমলেন্দু চক্রৱর্তীক শনিবাৰে বৰপেটাত ‘শ্রীশ্রীমথুৰা দাস বুঢ়া আতা বঁটা’ প্রদান কৰা হয়৷ এই…

বৰপলহাত উদ্ভাসিত চন্দ্রযান, দৰঙত বাঁহ–নৰাৰে সাজিলে বাছ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে কামৰূপ জিলাৰ বেজেৰাৰ সমীপৱর্তী বৰপলহাত এতিয়া ভোগালীৰ আনন্দই স্পর্শ কৰিছে৷ বিগত সময়ছোৱাৰ দৰে এইবেলিও অঞ্চলটোৰ ৰাইজে সাজি উলিয়াইছে নৰা আৰু বাঁহেৰে বিভিন্ন আকৃতিৰ ভেলাঘৰ৷ এইবেলি…

পুনৰ কংগ্রেছৰে মিত্রতাৰ দুৱাৰ মুকলি বদৰুদ্দিন আজমলৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ নির্বাচন আহিলেই কংগ্রেছৰে মিত্রতা কৰাৰ বাবে উত্রাৱল হৈ পৰে বদৰুদ্দিন আজমল৷ অসম বিধানসভাৰ নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে আজমলৰ মুখত পুনৰ উচ্চাৰিত হৈছে কংগ্রেছৰে মিত্রতা কৰাৰ প্রসংগ৷ শনিবাৰে গুৱাহাটীত আয়োজিত…

বাগ্সাৰ ভকুৱামাৰীত কিশোৰীক দলবদ্ধ যৌন নির্যাতন

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ বাগ্সাৰ ভকুৱামাৰীত যোৱানিশা এগৰাকী কিশোৰীক ধর্ষণ কৰি পদপথত পেলাই থৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আনন্দ বজাৰৰ কাষৰ কচুগাঁৱৰ গিয়াছ উদ্দিন নামৰ এজন ব্যৱসায়ীৰ পৰা পাব লগা টকা মাকৰ কথা মতে আনিবলৈ গৈছিল…

পৃথক বড়ো ৰাজ্যৰ নামত নাটক এবছুৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ‘কৃষিৰ ওপৰত চৰকাৰে বহুত গুৰুত্ব দিছে৷ কৃষিৰ ওপৰত বহুতো কৰণীয় কাম আছে যদিও বিটিচি প্রশাসনে নিজাববীয়াকৈ কাম কৰিব নোৱাৰে৷ সকলো কেন্দ্রীয় আঁচনি অসম চৰকাৰৰ মাধ্যমেৰে লাভ কৰাত যথেষ্ট অসুবিধা হয়৷ কৃষিৰ ক্ষেত্রত বহুতো…