কৃষি বিপ্লৱত মাজুলীৰ যুৱতী বন্তি তামুলী
প্ৰাঞ্জল খাউণ্ড
মাজুলীৰ একাংশ যুৱক–যুৱতীয়ে যি সময়ত কর্ম সংস্থাপনৰ সন্ধানত চৰকাৰী কার্যালয়ৰ দুৱাৰে দুৱাৰে দৌৰি ফুৰিছে, উচ্চ শিক্ষা গ্রহণৰ পিছতো কর্ম সংস্থাপন নাপায়বহিঃৰাজ্যলৈ ঢ়াপলি মেলিব লগা হৈছে সেই সময়তে মাজুলীৰ কমসংখ্যক যুৱক–যুৱতীয়েহে…