নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত মন্ত্রী প্রমীলাৰাণীৰ পাৱাৰ টিলাৰ বিতৰণ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ মন্ত্রী প্রমীলাৰাণী ব্রহ্মই শনিবাৰে গৃহ সমষ্টি অর্থাৎ কোকৰাঝাৰ পূব জনজাতি সমষ্টিৰ খেতিয়কৰ মাজত ১০খন পাৱাৰ টিলাৰ বিতৰণ কৰে৷ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰিৰ ইৰাকদাও ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্রী…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ আর্থিক ক্ষেত্রত উন্নত পৰিৱেশ৷ আপুনি দিনৰ ১২ বজাৰ পাছতহে যাত্রা কৰিব৷ যাত্রাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ দাম্পত্যত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷ বৃষঃ কর্মক্ষেত্রত জটিলতা আছে৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব৷ নীলা ৰং…

আজি দা ৱালৰ ৪৮ সংখ্যক জন্মদিন

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ আজি প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ দা ৱাল খ্যাত ৰাহুল দ্ৰাবিড় ৰ ৪৮ সংখ্যক উপজা দিন। সেই উপলক্ষে ৰাহুল দ্ৰাবিড়ক বিচিচিআইৰ পৰা ধৰি লগৰ সতীৰ্থ তথা বৰ্তমানৰ খেলুৱৈ সকলে শুভেচ্ছা জনাইছে। বিচিচিআইয়ে জন্মদিনৰ শুভক্ষণত এক…

অসমৰ ৫খন জিলাহে সুৰক্ষিত, ২৭খন জিলাই সুৰক্ষিত নহয়ঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মা

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব বুলি অসমৰ একাংশ সংগঠনে দাবী কৰাৰ প্ৰত্যুত্তৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ ৫খন জিলাতহে অসমীয়া সুৰক্ষিত, বাকী ২৭খন জিলাতেই সুৰক্ষিত নহয় অসমীয়া। অসমীয়াৰ বেদনা বুজিব…

কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ১৫০ সংখ্যক জয়ন্তী পালন কৰিবলৈ কলকাতাত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্ৰতিবাদ চলি থকাৰ সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া কাৰ্যসূচীলৈ কলকাতাত উপস্থিত হৈছেগৈ। কিন্তু প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত নহল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী…

দেশজুৰি CAA বলৱতৰ পাছত আছু-AJYCPৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ১০ জানুৱাৰীৰ পৰা দেশজুৰি বলৱৎ হ'ল CAA। ৰাজপত্ৰিত জাননীৰে ঘোষণা কৰিলে গৃহ মন্ত্ৰণালয়ে। কিন্তু  আইনখনৰ বিধি সম্পৰ্কে ঘোষণা কৰা হোৱা নাই। এই সন্দৰ্ভত আছুৰ সভাপতি দীপাংক নাথে কয় যে আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত আস্থা…

সকলো শিল্পীয়ে দিব লাগিব নেকি GST ! ক’ত কেনেকৈ কাৰ্যকৰী হ’ব এই GST

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ জিএছটি আয়োগৰ নিৰ্দেশনা অনুসৰি অসমৰ যিকোনো সাংস্কৃতিক অনুষ্ঠানত এতিয়াৰে পৰা আয়োজক সমিতিয়ে শিল্পীসকলক চেকৰ জৰিয়তে প্ৰদান কৰিব লাগিব ধন । আয়োজকে চুক্তিবদ্ধ হোৱা ধনৰ লগতে ১৮ শতাংশ জি এছ টি দিব লাগিব শিল্পীগৰাকীক ।…

মহানগৰীত নাহফুটুকীৰ আক্ৰমণত আহত এজন

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ মহানগৰীত পুনৰ বাঘৰ আতংক। মালিগাঁওৰ মাধৱদেৱ নগৰৰ দাল বস্তিত নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱ আহত এজন ব্যক্তি। আঘাত প্ৰাপ্ত লোকজনৰ নাম কুমাৰ ছেত্ৰী । উল্লেখ্য যে ছেত্ৰীয়ে পুৱাৰ ভাগত ঘৰৰ সমীপতে খৰি…

নাজিৰাৰ জ্যোতিগৃহ

নেকিব আহমেদ  ৰাজ্যৰ বিভিন্ন প্রান্তৰ মহিলা মানসিক ৰোগীৰ আশা–ভৰসাৰ স্থল হৈ পৰিছে নাজিৰা মহকুমাৰ বৰতলাস্থিত ‘জ্যোতিগৃহ’৷ নাজিৰাৰ উদ্যমী যুৱক নাচেৰ খানৰ একক প্রচেষ্টাত গঢ় লৈ উঠা হিউমেন ৱেলফেয়াৰ ছ’চাইটীয়ে অসমৰ বিভিন্ন প্রান্তৰ পৰা মানসিক…

শিৱসাগৰৰ বাধাগ্ৰস্ত কিশোৰৰ অনন্য প্ৰতিভা

মৃগাংক হাজৰিকা, গৌৰীসাগৰ মাতৃৰ কোলা শুৱনি কৰি এটি দেৱশিশুৱে ষোল্ল বছৰৰ পূর্বে ঘৰখনত জন্মগ্রহণ কৰিছিল৷ পিতৃ–মাতৃৰ প্রথমটো সন্তান জন্মত পিতৃ–মাতৃৰ লগতে ককাক–আইতাক সকলোৱে আনন্দত আত্মহাৰা হৈ পৰিছিল৷ মৰমতে নাম দিছিল নিয়ৰ৷ ক্রমান্বয়ে দিনবোৰ…