অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজ খেলৰ পূজাৰীঃ মুখ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ক্ৰীড়াৰ জৰিয়তে শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ গঢ় দিব পৰা যায় । সেয়েহে খেলো ইণ্ডিয়া, ২০২০ৰ এই ক্ৰীড়াই ৰাজ্যবাসীৰ মাজলৈ কঢ়িয়াই আনিব ভাতৃত্ব আৰু সম্প্ৰীতি । এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । শুকুৰবাৰৰ…