সময়মতে বিটিচিত নির্বাচন অনুষ্ঠিত নকৰি ইউটিচি জাপিলে হ’ব অগ্ণিগর্ভা পৰিস্থিতি
নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ‘বিজেপিশাসিত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগী দলে ৰাইজৰ গণতান্ত্রিক আন্দোলনক আওকাণ কৰি এখনৰ পিছত আন এখন আইন বলৱৎ কৰাৰ দৰে যদি বিটিচিৰ নির্বাচন সময়মতে অনুষ্ঠিত নকৰি ইউটিচি গঠন কৰে, তেনেহ’লে বিটিচিৰ পৰিস্থিতি…