নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“মোৰ এই প্ৰতিবাদ প্ৰচাৰ বা আপোনালোকক দেখুৱাবৰ বাবে নহয়”- কিয় আবেগিক হ’ল প্ৰিয়ংকা…

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন প্ৰশমিত হোৱা নাই ৰাজ্যত । 'কা'ৰ বাতিলৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে খিলঞ্জিয়াৰ বজ্ৰনিনাদ । শেহতীয়াকৈ ডিব্ৰুগড়ত 'কা' বিৰোধী আন্দোলনত অংশগ্ৰহণ নকৰা শিল্পী,…

বিয়াৰ প্ৰলোভনৰে যুৱতীক ধৰ্ষণ-হত্যা, নৈত উদ্ধাৰ অৰ্ধনগ্ন মৃতদেহ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ পুনৰ এক জঘন্য ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ কালিগঞ্জত। কাকৰা নৈত বস্তাত বান্ধি থোৱা অবস্থাত এগৰাকী যুৱতীৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। বিয়াৰ প্ৰলোভন দি এগৰাকী যুৱতীক ৩ দুৰ্বৃত্তই…

সংস্কৃতি কেৱল কিতাপৰ পাতত আছেঃ হোমেন বৰগোহাঞি

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ আমাৰ বাল্যকালত গ্রন্থমেলা শব্দটোৰ লগত কাৰো পৰিচয় নাছিল৷ আজি ঢ়কুৱাখনাৰ নতুন প্রজন্মৰ গ্রন্থমেলাৰ সৈতে পৰিচয় ঘটিছে৷ ই মোৰ বাবে আটাইতকৈ সুখৰ খবৰ৷ এই যে পৃথিৱীখন অতি দ্রুতগতিৰে সলনি হৈ আহিছে, মানুহৰ জীৱনধাৰাও সলনি…

আজি সুদৰ্শন অভিনেতা ঋতিক ৰোশনৰ উপজা দিন, প্ৰাক্তন পত্নীয়ে দিলে শুভেচ্ছা…

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ আজি ৪৬ বছৰীয়া হ'ল বলিউডৰ হেণ্ডচাম হাংক ঋতিক ৰোশন । অভিনেতাগৰাকীৰ এই বিশেষ দিনটোত তেওঁৰ অনুৰাগীসকলৰ লগতে বলিউডৰ অভিনেতা-অভিনেত্ৰীসকলেও শুভেচ্ছা জনোৱা দেখা গ'ল । তেওঁৰ প্ৰাক্তন পত্নী চুচানী খানে ইনষ্টাগ্ৰামযোগে…

চৰকাৰী সংস্থাপনৰ আশা নকৰি কৃষিৰে স্বাৱলম্বী টিংখাঙৰ এজন যুৱক

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ টিংখাঙৰ এজন উচ্চ শিক্ষিত যুৱক। যুৱক জনৰ নাম অশোক লামা। উচ্চ শিক্ষা গ্ৰহণ কৰিও যুৱক জনে চৰকাৰী চাকৰি আশাৰ কৰা নাছিল। বৰং একাগ্ৰতাৰে মনোনিবেশ কৰিছিল কৃষি কৰ্মত । অৱশেষত ফল লাভ কৰিবলৈ সক্ষম হৈছে যুৱক জনে। থাইলেণ্ডৰ…

‘বাগী-৩’ ছুটিংথলীৰ পৰা ফটো প্ৰকাশ কৰিলে টাইগাৰে…

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ টাইগাৰ শ্রফে বুধবাৰে সামাজিক মাধ্যম যোগে তেওঁৰ আহিবলগীয়া ছবি 'বাগী-৩' ছুটিংথলীৰ পৰা এখন আলোকচিত্ৰ প্ৰকাশ কৰে। ‘বাগী’ৰ ছিকুৱেল ৰূপে নিৰ্মীত এই ছবিখনত সহ-অভিনেত্ৰীৰ ৰূপত দেখা পাব শ্রদ্ধা কাপুৰক । ইপিনে দুয়োগৰাকী…

ৰঙিয়াৰ এখন বিশেষ বজাৰত কিয় গ্ৰাহকৰ ভিৰ?

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ সমাগত ভোগৰ উৎসৱ ভোগালী। ৰাজ্যবাসী ব্য়স্ত এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ । এই সময়তে ৰঙিয়াত প্ৰথম বাৰৰ বাবে ভোগালী বিহু উপলক্ষে এখন বিশেষ বজাৰৰ আয়োজন কৰা হৈছে। এই বিশেষ বজাৰ খন হৈছে মহিলাৰ বজাৰ। কেৱল মহিলা…

‘কা’–এনআৰচিক লৈ অকলেই যুঁজিব মমতা বেনার্জীয়ে

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জীক লৈ প্রতিবাদ অব্যাহত ৰাখিছে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে৷ ৰাজ্যখনৰ ৰাজধানী কলকাতাত কেইবাটাও প্রতিবাদী সমদল ইতিমধ্যে উলিওৱা মুখ্যমন্ত্রী মমতা বেনার্জীয়ে…

খেলো ইণ্ডিয়ালৈ সাজু শিৱাংগী–জাহ্ণৱী–আস্থা

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ গুৱাহাটীত আজিৰে পৰা আৰম্ভ হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ অন্যতম পদকপ্রত্যাশী হ’ব প্রতিভাৱান সাঁতোৰবিদ শিৱাংগী শর্মা, জাহ্ণৱী কাশ্যপ আৰু আস্থা চৌধুৰী৷ শেহতীয়াকৈ ছাউথ এছিয়ান গেমছত দুটা স্বর্ণ আৰু দুটা ৰূপৰ…

সমকামী যীশুখ্ৰীষ্ট ব্ৰাজিলত নিষিদ্ধ নেটফ্লিক্সৰ বিতৰ্কিত ছবি

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ লেটিন আমেৰিকান চলচ্চিত্র নির্মাণ সংস্থা ‘নেটফ্লিক্স’ক যীশুখ্রীষ্টক সমকামী হিচাপে উপস্থাপন কৰা এখন ছবিৰ প্রদর্শন বন্ধ কৰিবলৈ নির্দেশ দিছে ব্রাজিলৰ আদালতে৷ ‘দ্য টেম্পটেচন অৱ ক্রাইষ্ট’ শীর্ষক এই ছবিখনে ব্রাজিলৰ…