‘বাগী-৩’ ছুটিংথলীৰ পৰা ফটো প্ৰকাশ কৰিলে টাইগাৰে…
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ টাইগাৰ শ্রফে বুধবাৰে সামাজিক মাধ্যম যোগে তেওঁৰ আহিবলগীয়া ছবি 'বাগী-৩' ছুটিংথলীৰ পৰা এখন আলোকচিত্ৰ প্ৰকাশ কৰে।
‘বাগী’ৰ ছিকুৱেল ৰূপে নিৰ্মীত এই ছবিখনত সহ-অভিনেত্ৰীৰ ৰূপত দেখা পাব শ্রদ্ধা কাপুৰক । ইপিনে দুয়োগৰাকী…