নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেকেন্দ্রাবাদ–গুৱাহাটীসহ দেশৰ ১০০ ৰে’লপথ ব্যক্তিগতকৰণৰ তালিকাভুক্ত…

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ৰে’ল বিভাগৰ ব্যক্তিগতকৰণৰ পথ প্রশস্ত কৰিলে নিটি আয়োগে৷ কেন্দ্রীয় চৰকাৰৰ নীতি নির্ধাৰণকাৰী নিটি আয়োগে কালি ৰে’ল বিভাগৰ বৃহত্তম সংস্কাৰ ঘটাই ১০০টা ৰে’লপথ ব্যক্তিগতকৰণৰ পৰিকল্পনা চূড়ান্ত কৰে৷ তদুপৰি ১৫০খন…

শৰবিদ্ধ ১১ বছৰীয়া শিৱাংগিনীক উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এইমছলৈ প্রেৰণ …

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ চাবুৱাত বুধবাৰে খেলো ইণ্ডিয়াৰ বাবে আর্চাৰী অনুশীলনৰ সময়ত এক মাৰাত্মক অঘটন সংঘটিত হয়৷ শিৱাংগিনী গোহাঁই নামৰ এগৰাকী ১১ বছৰীয়া আর্চাৰী প্রশিক্ষার্থীক অনুশীলনৰ সময়তে আন এগৰাকী প্রশিক্ষার্থীৰ এপাট শৰে আহি বিন্ধাৰ ফলত…

শিক্ষামন্ত্রীৰ অনুমোদনৰ পাছতো অনুষ্ঠিত নহ’ল বিশেষ টেট

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ শিক্ষামন্ত্রীয়ে অনুমোদন দিয়াৰ ছমাহৰ পাছতো অসম সর্বশিক্ষা অভিযানে বিশেষ টেট অনুষ্ঠিত নকৰাত ক্ষোভ প্রকাশ কৰিছে জ্যোতি কেন্দ্র শিক্ষার্থী সন্থাই৷ বৃহস্পতিবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত সন্থাৰ সভানেত্রী…

মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্রসংগত

২০১১ চনৰ লোকপিয়লৰ তথ্য অনুযায়ী ২০০১ চনৰ লোকপিয়লৰ পৰা ২০১১ চনলৈ দহ বছৰৰ ভিতৰত দেশত গড়ে জনসংখ্যা বৃদ্ধি হৈছে ১৮ শতাংশ আৰু বিভিন্ন ধর্মীয় লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ তথ্যত প্রকাশ পাইছে যে মুছলমান ধর্মীয় লোকৰ জনসংখ্যা এই দহ বছৰত ২৪ শতাংশ বৃদ্ধি…

ভাৰত হওক শান্তিৰ দূত

বিশ্বৰ সর্বশক্তিমান ৰাষ্ট্র আমেৰিকা যুক্তৰাষ্ট্রৰ যুদ্ধংদেহি মনোভাব আৰু জনপ্রিয় নেতা এগৰাকীক হেৰুৱাই প্রতিশোধৰ জুইত দগ্ধ ইৰানৰ অদমনীয় স্থিতিয়ে পৃথিৱীখনক তৃতীয় বিশ্বযুদ্ধৰ পিনে লৈ যায় নে বিশেষ একো নঘটাকৈ আকাশৰ পৰা যুদ্ধৰ ক’লা ডাৱৰ আঁতৰি যায়,…

ৰাজ্য চৰকাৰে দিব্যাংগসকলৰ বাবে ঘোষণা কৰিলে বিশেষ আঁচনি…

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ৰাজ্যৰ দিব্যাংগসকলৰ বাবে নৱবর্ষৰ প্রাক্ক্ষণতে ৰাজ্য চৰকাৰে গ্রহণ কৰিছে এক বিশেষ আঁচনি৷ এই আঁচনিৰ কথা ঘোষণা কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়া মতে, যদি কোনো দিব্যাংগ কর্মচাৰীয়ে ঋণ লৈ যান–বাহন ক্রয়…

পশ্চিমবংগৰ ভাৰত–বাংলাদেশ সীমান্তত নগদ ধন–গাঞ্জাসহ ট্রাক জব্দঃ আটক দুই

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ দোৰাদাব্রী বিএছএফ কেম্প এলেকাৰ বিএছএফে যোৱানিশা সীমান্তৰ কাষৰ পৰা নগদ ধন, ড্রাকসহ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে৷ উল্লেখ্য যে ৰাজ্যখনৰ ভাৰত–বাংলাদেশ সীমান্তৰ দোৰাদাব্রী…

অস্ত্রসহ ৩ দুর্ধর্ষ আইছিছক গ্রেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নেপাল সীমান্তৰে ভাৰতত আইছিছৰ অতি কমেও ৫ প্রশিক্ষিত সন্ত্রাসবাদী প্রৱেশৰ তথ্য চোৰাংচোৱাৰ সূত্রত প্রকাশ পোৱাৰ পাছতেই আজি তিনি আইছিছ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে৷ উত্তৰ প্রদেশৰ কেইবাটাও অঞ্চলকে…

‘খেলো ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানৰ শিখা বহন কৰিব স্বর্ণকন্যা হিমাই

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী প্রতিযোগিতাত পদক জয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা তাৰকা দৌৰবিদ হিমা দাসে খেলো ইণ্ডিয়া য়ুথ গেমছৰ বর্ণিল উদ্বোধনী অনুষ্ঠানৰ শিখা বহন কৰিব৷ টকিঅ’ অলিম্পিকৰ বাবে ত্রিবান্দ্রমত কঠোৰ অনুশীলনত…

‘খেলো ইণ্ডিয়াঃ বর্ণিল উদ্বোধনী অনুষ্ঠানত উদ্ভাসিত হ’ব অসমৰ মনোমোহা সংস্কৃতি

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ব তৃতীয় সংস্কৰণৰ ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’৷ দেশৰ সহস্রাধিক উদীয়মান খেলুৱৈৰ ক্রীড়া প্রতিভা উদ্ভাসিত হ’ব এই ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ত । আজি সন্ধিয়া সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া…