নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনোমোহা তুষাৰপাতে যেতিয়া ব্যাহত কৰে জনজীৱন …

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ বৰফাবৃত হৈ পৰা চহৰ এখনেও কেতিয়াবা আপোনাৰ জীৱন যাত্ৰা ব্যাহত কৰিব বুলি ভাবে নেকি ! শীতৰ এই সময়ত এতিয়া উত্তৰ ভাৰতৰ বহুকেইখন ৰাজ্যত বৰফেৰে আৱৰি ধৰিছে সকলো । এক বিনন্দীয়া , মনোমোহা পৰিৱেশ এতিয়া তুষাৰপাত এই দৃশ্য…

ইণ্ডিয়াজ বেষ্ট ডান্সাৰঃ কাইলৈ গুৱাহাটীৰ এই স্থানত হ’ব অডিচন…

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ প্ৰতিবছৰে ছ'নীয়ে শিশুসকলৰ মনোৰঞ্জনৰ লগতে শিশুৰ প্ৰতিভাক এক মঞ্চ দিয়াৰ বাবে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰি আহিছে । ইয়াৰে ভিতৰত লেখত ল'বলগীয়া হৈছে গান আৰু নাচৰ ৰিয়েলিটি শ্ব'সমূহ । ছুপাৰ ডান্সাৰৰ বৃহৎ সফলতাৰ পিছত…

আগৰতলাত ৯৫ লাখ টকাৰ সোণ জব্দ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ বুধবাৰে ত্ৰিপুৰাৰ সীমান্ত সুৰক্ষা বাহিনীয়ে আগৰতলাৰ পৰা জব্দ কৰে ২.২৬৭ কিলোগ্ৰাম ওজনৰ সোণ । ১২ টা সোণৰ বিস্কুট আৰু ৪ টা সোণৰ বাৰ মূল্য ৯৫ লাখ টকা । উল্লেখ্য যে, বাংলাদেশৰ পৰা জাহাংগীৰ হাচান নামৰ এজন লোকে আনিছিল এই…

মুখ্য মন্ত্ৰী আসনৰ বাবে লালসা নাইঃ সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ আজি ভাৰতীয় জনতা পাৰ্টীয়ে ধেমাজীত ঐক্য সমদলত মুখ্যমন্ত্ৰীৰ ভাষণৰ সাৰাংশ। মুখ্যমন্ত্ৰীয়ে ভাষণৰ আৰম্ভণীতে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে দায়িত্ব লোৱাৰে পৰা স্বৰ্গদেউ চুকাফা আৰ্দশৰে আমি অসমৰ বুকুত অসমৰ বিভিন্ন জাতি…

ইৰানে ইৰাকস্থিত মার্কিন বিমানঘাটিলৈ লক্ষ্য কৰি নিক্ষেপ কৰিলে একাধিক ক্ষেপণাস্ত্র

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণত নিহত ইৰানৰ শীৰ্ষ সামৰিক বিষয়া জেনেৰেল কাছিম ছুলেইমানিৰ মৃত্যুৰ পিছতে প্ৰত্যাক্ৰমণ কৰি বুধবাৰে মাৰ্কিন আল আছাদ বিমানঘাটিলৈ লক্ষ্য কৰি ইৰানে নিক্ষেপ কৰিলে একাধিক ক্ষেপণাস্ত্র । ইৰানৰ…

দিল্লীত পুনৰ কেজৰিৱাল !

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ । ইতিমধ্যে নিৰ্বাচনক লৈ বিভিন্ন সংবাদ মাধ্যমে আৰম্ভ কৰিছে সমীক্ষা । এবিপি নিউজৰ সমীক্ষা অনুসৰি এইবাৰো দিল্লীত বিজয় নিচান উৰিব কেজৰিৱালৰ ।…

টি-২০ ত কেৰিয়াৰৰ তৃতীয়টো হেট্ৰিক অৰ্জন ৰাছিদ খানৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আফগানিস্তান আৰু এডিলেইড ষ্ট্ৰাইকাৰ্চৰ অলৰাউণ্ডাৰ ৰাছিদ খানে বুধবাৰে খেলা এখন খেলৰ জড়িয়তে নিজৰ তৃতীয় হেট্রিক অৰ্জন কৰে। চলিত ছিজনৰ বিগ বেচ লীগ (বিবিএল) ৰ এখন খেলত ছিডনি ছিক্সাৰ্ছৰ বিপক্ষে এই কৃতিত্ব অর্জন কৰে…

আজমলৰ বিৰুদ্ধে যুঁজিবলৈ আছুৰ সাহস নাইঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ । ধেমাজিৰ ৰংচতিয়া পথাৰত এই কাৰ্যসূচী। সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসকে ধৰি বিজেপিৰ নেতা-কৰ্মী।                        সভাত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই কয়…

বনজুইত দুই সহস্রাধিক বাসগৃহ ধ্বংস অষ্ট্রেলিয়াত

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ অষ্ট্রেলিয়াত দুমাহ ধৰি চলি থকা ভয়াৱহ বনজুইত পুৰি ছাই হৈছে দুই সহস্রাধিক বাসগৃহ ৷ শেহতীয়াকৈ নিউ ছাউথ ৱেলছৰ এগৰাকী বিষয়ববীয়াই সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ লক্ষণীয়ভাৱে দুমাহ ধৰি চলি থকা বনজুয়ে ভিক্টোৰিয়া আৰু নিউ…

১৪ বছৰত ষাঠি হাজাৰ লোক সন্ধানহীন মেক্সিকোত

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ২০০৬ চনত মেক্সিকোত ড্রাগ্ছৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে চৰকাৰে যুদ্ধ আৰম্ভ কৰাৰ পাছৰে পৰা সন্ধানহীন হৈছে ৬০ সহস্রাধিক লোক ৷ চৰকাৰী সূত্রই সদৰী কৰিছে এই তথ্য ৷ উল্লেখনীয় যে পূর্বে চৰকাৰে ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ অপহৰণৰ…