নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুষাৰপাতত বন্ধ ২৫০ পথঃ ছিমলা–মানালিলৈ নাযাবলৈ পর্যটকক পৰামর্শ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ হিমাচল প্রদেশত তীব্র তুষাৰপাতে বিঘিনি ঘটাইছে সাধাৰণ জীৱনযাত্রাত৷ পর্যটকৰ বাবে আকর্ষণীয় ৰাজ্যখনৰ ছিমলা আৰু মানালিত এই তুষাৰপাতে ২৫০টাকৈ অধিক পথ বন্ধ কৰি পেলাইছে৷ যাৰ বাবে ৰাজ্যখনৰ আৰক্ষীয়ে পর্যটকক ছিমলা আৰু…

‘নাছা’ই আৱিষ্কাৰ কৰিলে পৃথিৱীৰ আকাৰৰ বাসোপযোগী গ্রহ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ বজ্ঞানীয়ে মানুহৰ বাসোপযোগী তথা পৃথিৱীৰ সমান এটা গ্রহ প্রথমবাৰৰ বাবে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ এই গ্রহটোত পানীৰ উপস্থিতিও ধৰা পৰিছে৷ তাতকৈও সুখবৰটো হ’ল তুলনামূলকভাৱে গ্রহটো আমাৰ সৌৰজগতৰ কাষতে আছে৷ নাছাৰ…

আইচিচি টেষ্ট ৰেংকিংঃ কোহলিৰ শীর্ষ স্থান অক্ষুণ্ণ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃআই চি চি টেষ্ট ৰেংকিঙৰ বেটছমেন শাখাৰ শীর্ষস্থানটো অক্ষুণ্ণ ৰাখিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ সদ্যপ্রকাশিত ৰেংকিঙত ৯২৮ পইণ্টেৰে কোহলিয়ে শীর্ষস্থানটো নিজৰ দখলতে ৰাখে৷ ইফালে, ৯১১ পইণ্টেৰে অষ্ট্রেলিয়াৰ…

ড্রোনেৰে কৰিব নিৰীক্ষণঃ মহানগৰীত কটকটীয়া কৰা হৈছে নিৰাপত্তা

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন অব্যাহত থকাৰ সময়তে গুৱাহাটীত প্রথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া খেল’ ইণ্ডিয়া কার্যসূচীৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷ মাজত মাথোঁ এদিন বাকী থকা…

খেল’ ইণ্ডিয়া য়ুথ গেমছৰ স্বেচ্ছাসেৱক সন্মিলনত মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ গুৱাহাটীত ১০ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া তৃতীয় খেল’ ইণ্ডিয়া য়ুথ গেমছ–২০২০ৰ স্বেচ্ছাসেৱক সন্মিলনখন বুধবাৰে সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হয়৷ এই সন্মিলনখনত অধ্যক্ষতা কৰি প্রদান কৰা ভাষণত মুখ্যমন্ত্রী…

খেল’ ইণ্ডিয়াৰ কাউণ্ট–ডাউন আৰম্ভ; কাইলৈ সৰুসজাইত উদ্বোধনী অনুষ্ঠান

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ কাউণ্ট ডাউন আৰম্ভ হৈছে খেল’ ইণ্ডিয়া য়ুথ গেমছৰ৷ আৰু ২৪ ঘণ্টাৰ পিছতেই গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত শুভ উদ্বোধন হ’ব বহুপ্রত্যাশিত খেল’ ইণ্ডিয়া য়ুথ গেমছ ২০২০ৰ৷ অহা ১০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ চলিবলগীয়া…

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অভিনৱ প্রতিবাদ ব্যৱসায়ীৰ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে বিভিন্ন দল–সংগঠনৰ প্রতিবাদ অব্যাহত থকাৰ মাজতে পদূলি পালেহি অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু৷ আন্দোলনৰ মাজতে হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ ৰাজ্যবাসীয়ে একপ্রকাৰ সাজু হৈছে৷…

পানীখাইতীৰ তিনিটুকুৰা ৰাজাবাৰীত ব্রহ্মপুত্রৰ বুকুত অবৈধ খনন

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃপূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ নাৰেংগী খণ্ড বন বিষয়াৰ কার্যালয়ৰ অন্তর্গত পানীখাইতীৰ ৰাজাবাৰী–তিনিটুকুৰাত্ অবাধ গতিত চলিছে বনজ সম্পদৰ ৰমৰমীয়া ব্যৱসায়৷ জানিব পৰা মতে, এক দুষ্টচক্রই বন বিভাগ আৰু জিলা প্রশাসনক মেনেজ…

বৰাগাঁৱত ৰাজপথত বাগৰিল মাটিভর্তি ডাম্পাৰ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি মহানগৰীত পুনৰ আৰম্ভ হৈছে ব্রহ্মপুত্রৰ বালি–মাটিৰ অবৈধ বেহা৷ মহানগৰীৰ সমীপৱর্তী মালিগাঁও, আজ্ঞাঠুৰী আদিত ব্রহ্মপুত্রৰ দাঁতিত অবৈধভাৱে বালি–মাটি খান্দি শ শ ডাম্পাৰেৰে চালানবিহীনভাৱে…

ভৰলুমুখত জ্বলিল হুণ্ডাইৰ বিলাসী বাহন

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃভৰলুমুখ আৰক্ষীয়ে জব্দ কৰি সোণাৰাম খেলপথাৰত ৰখাই থোৱা এখন বিলাসী বাহন বুধবাৰে পুৱা দাওদাওকৈ জ্বলি উঠা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্রাপ্ত তথ্য মতে, দুদিন পূর্বে দুর্ঘটনাত পতিত হোৱা ডব্লিউ বি–০৬ ই–৫২৬৫ নম্বৰৰ…