টাটা স্কাইয়ৰ এন্ডৰয়ড ছেটআপ বক্স মুকলি
নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ভাৰতৰ প্ৰমূখ ডি টি এইচ সেৱা প্ৰদান কৰা কোম্পানী টাটা স্কাইৰ নতুন সংযোজন Tata Sky Binge+ ভাৰতীয় বজাৰত মুকলি কৰিছে। এন্ডৰয়ড ছেটআপ বক্স হিচোৰে Tata Sky Binge+ মুকলি কৰিছে। ছেটআপ বক্সটো এন্ডৰয়ড হোৱাৰ বাবে গ্ৰাহকসকলে…