আজি মুক্তি পাব মেৰাপানীৰ সীমান্তই
নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ অৱশেষত বিগত এটা বছৰে পাকিস্তানৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা গোলাঘাট জিলাৰ মেৰাপানী নৱগ্ৰামৰ প্ৰদীপ শইকীয়াৰ পুত্ৰ সীমান্ত শইকীয়াৰ মুক্তিৰ পথ প্ৰশস্ত হৈছে। ২০১৮ চনৰ ২৮ অক্টোবৰত গুজৰাটৰ এখন মাছমৰীয়া জাহাজে…