নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডোনেছিয়াৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ নৱবর্ষৰ প্রথমটো দিনতে সংহাৰী বানৰ কবলত পৰা ইণ্ডোনেছিয়াৰ ৰাজধানী জাকার্টাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০লৈ বৃদ্ধি পাইছে৷ উল্লেখনীয় যে কেইবাদশকৰ পিছত জাকার্টাত এদিনতে বৃষ্টিপাতে অভিলেখ গঢ়িছে৷ দেশখনৰ দুর্যোগ…

নেপাল সীমান্তৰে ভাৰতত প্রৱেশ ৫ সন্ত্রাসবাদীৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ভাৰতত কূটাঘাত সংঘটিত কৰাৰ লক্ষ্যৰে নেপাল সীমান্তৰে প্রৱেশ কৰিছে পাঁচটাকৈ আইছিছ সন্ত্রাসবাদী৷ ইতিমধ্যে দেশৰ কেইবাখনো জিলাত এই সন্ত্রাসবাদীকেইটাই প্রৱেশৰ খবৰ নিশ্চিত হোৱাৰ পিছতেই জাৰি কৰা হৈছে হাই এলার্ট৷ চোৰাংচোৱা…

যুদ্ধৰ দামামা

ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ নির্দেশত আমেৰিকাৰ বায়ুসেনা বাহিনীয়ে যোৱা শুকুৰবাৰৰ পুৱতিনিশা ইৰাকৰ বাগদাদ আন্তর্জাতিক বিমানবন্দৰত চলোৱা ড্র’ন আক্রমণত ইৰানৰ ইছলামিক ৰিভ’লিউচনেৰী গার্ড ক্র’পছৰ মেজৰ জেনেৰেল তথা ইয়াৰ অতি গুৰুত্বপূর্ণ শাখা ‘কাড্ছ…

আন্দোলনৰ প্রভাৱঃ উকা–সেৰেঙা পশ্চিম কার্বি আংলঙৰ কোকা বনভোজস্থলী

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ পশ্চিম কার্বি আংলং জিলাৰ আমৰেং পৰিষদীয় সমষ্টিত অৱস্থিত কোকা বনভোজস্থলী৷ প্রতিবছৰে ডিচেম্বৰৰ পৰা জানুৱাৰীলৈ ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ বনভোজকাৰী দলে প্রকৃতিৰ সেউজীয়া পৰিৱেশ উপভোগ কৰে৷ কিন্তু সম্প্রতি ৰাজ্যৰ সর্বত্র…

বাংলাদেশৰ প্রথম হিন্দু মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ বাংলাদেশৰ প্রথমজন হিন্দু মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে দেশখনে৷ ন্যায়ালয়ৰ এক সূত্রই জানিবলৈ দিয়া মতে, ৬৮ বছৰীয়া সুৰেন্দ্র কুমাৰ সিন্হা নামৰ এই ন্যায়াধীশজনে বর্তমান আমেৰিকাত বসবাস কৰি আছে…

আমেৰিকা আক্রান্ত হ’লে ইৰানৰ ৫২টা স্থানত চলিব ভয়ানক আক্রমণ-ট্রাম্প

মার্কিন বায়ুসেনাৰ এয়াৰ ষ্ট্রাইকত ইৰানৰ ৰিভ’লুচনাৰী গার্ডছৰ কমাণ্ডাৰ জেনেৰেল কাছিম ছোলেইমানী নিহত হোৱাৰ পিছত মধ্যপ্রাচ্যত তীব্র উত্তেজনা অব্যাহত আছে৷ আমেৰিকাৰ এই আক্রমণৰ যোগ্য প্রত্যুত্তৰ দিব বুলি ইৰানে হুংকাৰ দিয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্রপতি…

ফেব্রুৱাৰীত উত্তৰ প্রদেশত ডিফেন্স এক্সপ’

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ অহা ফেব্রুৱাৰীত উত্তৰ প্রদেশত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ডিফেন্স এক্সপ’–২০২০৷ দেওবাৰে লক্ষ্ণৌত কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং আৰু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে যুটীয়াভাৱে আয়োজন কৰা এক সংবাদ…

ৰঞ্জি ট্রফীঃ ইনিংছ ব্যৱধানত জিকিল অসম

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ চলিত ৰঞ্জি ট্রফী ছিজনত প্রথম বিজয় সাব্যস্ত কৰিছে অসমে৷ ডেৰাডুনত অনুষ্ঠিত গ্রুপ চিৰ এখন মেচত গকুল শর্মা নেতৃত্বাধীন দলটোৱে উত্তৰাখণ্ডক এক ইনিংছ আৰু ৯০ ৰানত পৰাস্ত কৰি চমক সৃষ্টি কৰিছে৷ অসমৰ এই চমকপ্রদ জয়ৰ মূলতে…

এটা অ’ভাৰত ৬টা ছয় কোবাই বিশ্বৰ সপ্তমগৰাকী ক্রিকেটাৰৰ গৌৰৱ লি’ কার্টাৰৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ সীমিত অ’ভাৰৰ ক্রিকেটত এটা অ’ভাৰত ৬টাকৈ ছয় কোবাই বিশ্বৰ সপ্তমগৰাকী ক্রিকেটাৰ হিচাপে গৌৰৱ অর্জন কৰিলে নিউজিলেণ্ডৰ লি’ কার্টাৰে৷ নিউজিলেণ্ডৰ ঘৰুৱা টি–২০ ক্রিকেট প্রতিযোগিতা ছুপাৰ স্মেছত চেণ্টাৰবুৰি কিংছক…

নতুন ৰূপত জিলিকি উঠিব শুৱালকুছি

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিৱেশনলৈ মাজত মাত্র ২৫ দিন৷ অধিৱেশনৰ প্রস্তুতি ইতিমধ্যে তুংগত উঠিছে৷ অধিৱেশনস্থলী ‘শুৱালকুছি জ্যোতিক্ষেত্র’ৰ চৌহদত বিভিন্ন কাম–কাজ আগবাঢ়ি থকা পৰিলক্ষিত হৈছে৷ অস্থায়ী হেলীপেডৰ…