নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমৰ্ষ মনেৰে উভতিল ভাৰত-শ্ৰীলংকাৰ খেলুৱৈ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ সোমবাৰে দুপৰীয়া গুৱাহাটী এৰিলে বিৰাট কোহলিৰ মেন ইন ব্লুজৰ লগতে লাচিথ মালিংগাৰ সিংহলী বাহিনীয়ে । প্ৰায় ১.৩০ বজাত ৰেডিছন ব্লু হোটেলৰ পৰা পৃথকে পৃথকে ওলাই যায় দুয়োটা দলৰ খেলুৱৈসকল । ইয়াৰ পিছতে বৰঝাৰ বিমান বন্দৰত…

হিতেশ দেৱ শৰ্মাৰ বিৰ্তকিত ফেচবুক পষ্টৰ ব্যাখা বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ আজি উচ্চতম ন্যায়ালয়ে এন আৰ চিক লৈ প্ৰথমটো শুনানি অনুষ্ঠিত হয়। এন আৰ চিৰ নৱ নিযুক্ত সমন্বয়ক হিতেশ দেৱ শৰ্মাই ফেচবুকত এন আৰ চি সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল সেই সন্দৰ্ভত ব্যাখা বিচাৰিলে উচ্চতম ন্যায়ালয়ে। ইফালে…

চৌহদ এৰিছে জেএনইউৰ শিক্ষাৰ্থীয়ে

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ দেওবাৰে সন্ধ্যা দেশৰ ৰাজধানী চহৰৰ জেএনইউত সংঘটিত হোৱা পৰিস্থিতিক লৈ এতিয়াও আতংকিত হৈ আছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী । স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় মানৱসম্পদ মন্ত্ৰণালয় আৰু দিল্লীৰ উপ-ৰাজ্যপালৰ…

কোহলিয়ে পাহৰিব পাৰিবনে বৰ্ষাপাৰাৰ বৰ্ষাবিঘ্নিত সন্ধ্যা ?

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ এফালে বছৰটোৰ আৰম্ভণি আৰু আনফালে উৎসাহী দৰ্শক । কাকোৱেই নিৰাশ কৰিব বিচৰা নাছিল অধিনায়ক কোহলিয়ে । কিন্তু বৰ্ষাবিঘ্নিত মেচখনৰ পিট্চ ক'ভাৰিঙৰ বিসংগতিয়েই যেন দেওবাৰে ভাৰতীয় দলটোৰ লগতে সকলো ক্ৰীড়াপ্ৰেমীক নিৰাশ কৰিলে ।…

দিল্লী বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ দিল্লী বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা ৮ জানুৱাৰীৰ দিনা ভোটিং হ'ব। ১১ ফ্ৰেুৱাৰী দিনা ফলাফল ঘোষণা কৰা হ'ব। একেটা পৰ্যায়তে অনুষ্ঠিত হ'ব দিল্লীৰ নিৰ্বাচন।

ধৰ্মৰ নামত সভাঃ ইছলামিক সাহিত্য সভাক সকীয়নি সদৌ অসম ছাত্ৰ সন্থাৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ অসমত নতুনকৈ গঠন হোৱা ইছলামিক সাহিত্য সভাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সকীয়নি । দেওবাৰৰ পৰা অসম ইছলামিক সাহিত্য সভা নামৰ সংগঠনটোৰ এখন বিশেষ পত্ৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ…

৬১ ত ভৰি দিলে ভাৰতীয় ক্ৰিকেটৰ মহানায়ক কপিল দেৱে…অসংখ্য গুণমুগ্ধই জনালে শুভেচ্ছা

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট ইতিহাসত কপিল দেৱ নাম নহয় যেন এক সোণোৱালী ক্ষণহে । ১৯৮৩ চনৰ ১৮ জুন । কপিল দেৱৰ আটাইতকৈ সুন্দৰ আৰু মনত থকা দিন বুলি পৰিচিত এই দিনটোতে ভাৰতে জিম্বাবুৱেৰ বিৰুদ্ধে জিকিলেই বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ…

ভাল খবৰঃ নামভৰ্তিৰ বাবে চৰকাৰী বিদ্যালয়ত দুদিনে পৰ দিছে অভিভাৱকে

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ৰাজ্যৰ চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ একাংশ বিদ্যালয় যি সময়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱ তথা গুণগত শিক্ষাৰ মান হ্ৰাস পোৱাৰ বাবে ইখনৰ পাচত সিখন বিদ্যালয় বন্ধ হ'বলৈ ধৰিছে, সেই সময়তেই শিৱসাগৰৰ মাতৃভাষা মাধ্যমৰ এখন বিদ্যালয়ে…

মিঞা কবিতাৰ পাচত অসমত এইবাৰ ইছলামিক সাহিত্য সভা

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একতাৰ জৰীৰে বাস কৰি অহা বৃহত্তৰ অসমীয়া সমাজখনত সময়ে সময়ে একাংশ সাম্প্ৰদায়িক শক্তিয়ে বিভেদৰ বীজ সিঁচাৰ চেষ্টা কৰাটো নতন কথা নহয় । জাতি-ধৰ্মৰ পৰিধি ভাঙি অসমবাসীয়ে নাগৰিকত্ব সংশোধনী আইন…

আজি ঘোষণা কৰা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ দিন

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ দিল্লী বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ আজি ঘোষণা কৰা হ'ব। নিৰ্বাচন আয়োগে আজি দিনৰ ৩.৩০ বজাত নিৰ্বাচনৰ তাৰিখ ঘোষাণা কৰিব। উল্লেখ্য যোৱা ২০১৫ চনত হোৱা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ৭০ সংখ্যক বিধানসভাত অভিলেখসহ ৬৭ খন আসনত…