নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এ চি এৰ কাণ্ডই বিশ্বৰ সন্মুখত অসমক লজ্জানত কৰিলেঃ তৰুণ গগৈ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামৰ উইকেটত পানী সোমোৱাৰ বাবে দেওবাৰে নিশা ভাৰত–শ্রীলংকাৰ টি–২০ মেচখন অনুষ্ঠিত নোহোৱাক লৈ ৰাজ্য চৰকাৰক দোষাৰোপ কৰিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ দিছপুৰৰ বিধায়ক আৱাসত সোমবাৰে এক…

দৰ্শকৰ টিকটৰ ধন ওভতাই পোৱা সন্দৰ্ভত কি ক’লে অসম ক্রিকেট সন্থাই…

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ অসম ক্রিকেট সন্থাই দেওবাৰে নিশা বর্ষাপাৰা ষ্টেডিয়ামত ভাৰত–শ্রীলংকাৰ টি–২০ মেচখন প্রতিকূল বতৰৰ বাবে আয়োজন কৰিব নোৱাৰাত দুখ প্রকাশ কৰিছে৷ এক প্রেছ বিজ্ঞপ্তিত সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়াই কয় যে মেচ…

শংকৰদেৱৰ জন্মোৎসৱ চৰকাৰীভাৱে উদ্যাপন কৰিব ৰাজ্য চৰকাৰে

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ সোমবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রতিনিধি দলৰ এক বৈঠক অনুষ্ঠিত হয়৷ জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী সোণোৱালে শ্রীমন্ত শংকৰদেৱৰ জন্মোৎসৱ…

নামৰূপ সাৰ কাৰখানাত বিস্ফোৰণ-বন্ধ হ’ল ২নং গোট

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ বছৰৰ পাছত বছৰ লোকচানেৰে ভৰি থকা উত্তৰ–পূর্বাঞ্চলৰ একমাত্র ৰাসায়নিক সাৰৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত বছৰৰ আৰম্ভণিতে এক ভয়ানক বিস্ফোৰণ ঘটি বহু কোটি টকা লোকচানৰ সন্মুখীন হয়৷ উল্লেখ্য যে যোৱানিশা প্রায় ১২.৪৫ বজাত…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ দিনটোত মনলৈ কিছু আনন্দৰ বতৰা আহিব৷ উপার্জনত বাধা পাব৷ বিদ্যাত সুনাম৷ ৰাজনীতিবিদসকলে বিপদত সোমাই পৰিব৷ প্রেমত বাধা আহিব৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ১৷ বৃষঃ শত্রুৰ দ্বাৰা ক্ষতিৰ আশংকা৷ ব্যৱসায়ীৰ ভাল বৃদ্ধি৷ চাকৰিৰ বাবে চেষ্টা কৰিব পাৰে৷…

জেএনইউত আক্রমণক কেন্দ্র কৰি দেশজুৰি গৰিহণাঃ তীব্র প্রতিবাদ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ দেশৰ প্রখ্যাত শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ) চৌহদত দেওবাৰে সন্ধিয়া মুখাধাৰী দুর্বৃত্তৰ দলে প্রৱেশ কৰি অপ্রৰোচিতভাৱে বিশ্ববিদ্যালয়খনৰ শিক্ষার্থী আৰু অধ্যাপকক প্রহাৰ কৰাক কেন্দ্র কৰি আজি…

জেএনইউত আক্ৰমণঃ মুখাপিন্ধা আক্রমণকাৰীৰ প্রধান লক্ষ্য আছিল উত্তৰ–পূব, কাশ্মীৰৰ শিক্ষার্থী

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (জে এন ইউ) দেওবাৰে সন্ধিয়া সংঘটিত বর্বৰোচিত আক্রমণৰ মূল লক্ষ্য আছিল উত্তৰ–পূর্বাঞ্চল আৰু কাশ্মীৰৰ ছাত্র–ছাত্রীসকল৷ দুর্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আঘাতপ্রাপ্ত জে এন ইউত অধ্যয়নৰত অসমীয়া…

ৰিয়েলমী ৫ আই ৯ জানুৱাৰীত ভাৰতীয় বজাৰত মুকলি

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ চীনৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পনী ৰিয়েলমীয় ৫ চিৰিজৰ ৫ আই ক ৯ জানুৱাৰী তাৰিখে ভাৰতীয় বজাৰত মুকলি কৰিব। ইয়াৰ আগতে ৰিয়েলমীয়ে ৫ক বজাৰত মুকলি কৰা হৈছিল। আৰু সেই ফোনটো ভাৰতৰ বজাৰত যথেষ্ট জনপ্ৰিয় হৈছিল। ৰিয়েলমীৰ ৫ আইৰ…

নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতেই উৎফুল্লিত অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ সোমবাৰে দিল্লীৰ নিৰ্বাচন আয়োগে আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাচতেই এতিয়া উৎফুল্লিত হৈ পৰিছে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ । নিজৰ টুইটাৰৰ জৰিয়তে নিৰ্বাচন আয়োগক ধন্যবাদ জনোৱাৰ লগতে দিল্লীক উন্নতিৰ…

জেএনইউত আক্ৰমণঃ কাৰ বিৰুদ্ধে উঠিল আঙুলি ?

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ দেওবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত হোৱা আক্ৰমণৰ পাচতেই এতিয়া দেশজুৰি অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া । সন্ধ্যা বিশ্ববিদ্যালয়খনত দুৰ্বৃত্তই চলোৱা এই আক্ৰমণত আহত হ'ব লগা হৈছে বহু শিক্ষাৰ্থী আৰু শিক্ষক । এই…