নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বতৰে বিধি-পথালি দিব নেকি আজি বৰ্ষাপাৰাত !

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ বৰ্ষাপাৰাত অনিশ্চয়তাৰ কলিয়া ডাৱৰ । বিশেষকৈ আজি পুৱাৰ এজাক কিনকিনীয়া বৰষুণে গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যক তিয়াই যোৱাৰ সমান্তৰালকৈ সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ খেলখনক লৈও এতিয়া বৰষুণৰ…

কেন্দ্রৰ পৰৱর্তী পদক্ষেপ ৰহিংগ্যাক বিতাড়ন

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্রীয় পর্যায়ত ৰূপায়ণ হ’ব লগা নাগৰিকপঞ্জীৰ বিৰুদ্ধে দেশজুৰি প্রতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে কেন্দ্রীয় ৰাজ্যমন্ত্রী প্রধানমন্ত্রী কার্যালয় মন্ত্রী ড০ জিতেন্দ্র সিঙে মন্তব্য কৰিছে যে…

মহাৰাষ্ট্রত অসন্তুষ্ট মন্ত্রীৰ পদত্যাগ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ মহাৰাষ্ট্র চৰকাৰৰ মন্ত্রিত্বৰ পৰা পদত্যাগ কৰিছে শিৱসেনাৰ নেতা আব্দুল ছাত্তাৰে৷ বিধানসভা নির্বাচনৰ পূর্বে কংগ্রেছৰ পৰা শিৱসেনাত যোগদান কৰা নেতাগৰাকীয়ে কয় যে প্রত্যাশা কৰা ধৰণে মন্ত্রিত্বৰ পদ নোপোৱাত তেওঁ অত্যন্ত…

কাজিৰঙালৈ চাইকেলেৰে যোৱাৰ পথত বাহনৰ খুন্দাত নিহত হ’ল তেজপুৰৰ অঞ্জলি

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ কলিয়া ভোমোৰা দলং অতিক্ৰম কৰাৰ পিছত ৩৭ এ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত এন চি চিৰ কেডেট তথা তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী অঞ্জলি ৰাই নিহত। দৰং মহাবিদ্যালয়ৰ পৰা দেওবাৰে পুৱা কাজিৰঙালৈ চাইকেলেৰে গৈছিল এন চি চিৰ এটা দল।…

ৰানৰ জোৱাৰ উঠিব বর্ষাপাৰাতঃ বিৰাট কোহলি

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ  দুবছৰ পূর্বে অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলা টি–২০ত টীম ইণ্ডিয়াই বর্ষাপাৰা ষ্টেডিয়ামত ৰানৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল যদিও এইবাৰ এই ষ্টেডিয়ামত ৰানৰ জোৱাৰ উঠাৰ আশা কৰিছে বিৰাট কোহলিয়ে৷ শনিবাৰে সংবাদ মেলত…

ইৰফান পাঠানৰ ক্রিকেটৰ পৰা অৱসৰ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ সকলো শ্রেণীৰ ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ভাৰতীয় ক্রিকেট দলৰ অলৰাউণ্ডাৰ ইৰফান পাঠানে৷ ১৯ বছৰ বয়সত এডিলেইডত অষ্ট্রেলিয়াৰে খেলি এদিনীয়া ক্রিকেটত অভিষেক ঘটোৱা ইৰফান পাঠানে তেওঁৰ ১৫ বছৰীয়া কেৰিয়াৰত ২৯খন টেষ্ট,…

ট্রাইবেল বেল্ট–ব্লকক লৈ বিটিএডিৰ অজনজাতি শংকিত হোৱাৰ কোনো কাৰণ নাই

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ শেহতীয়াভাৱে ড্রাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰা অজনজাতীয় লোক উচ্ছেদ হ’ব লাগিব বুলি উচ্চ ন্যায়ালয়ৰ এক নির্দেশনাক লৈ বিটিএডিত বসবাস কৰা কোনো লোকে ভয় বা আতংকিত হোৱাৰ কাৰণ নাই৷ নিজৰ ৰাজনৈতিকস্বার্থসিদ্ধিৰ বাবে সাংসদ…

ঋণ পৰিশোধ কৰিব নোৱাৰি পুৰণিগুদামত মহিলাৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ নগাঁও জিলাৰ চামগুৰি থানাৰ অধীনৰ পুৰণিগুদামৰ মূঢ়ানি গাঁৱৰ এগৰাকী মহিলাই বিত্তীয় প্রতিষ্ঠানৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে আত্মহত্যা কৰে৷ গাঁওখনৰ মিনু মজিন্দাৰ নামৰ মহিলাগৰাকীয়ে এটা বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লৈছিল৷…

মানকাচৰত জব্দ ড্রাগ্ছ–১.৬ লাখ টকা

নিয়মীয়া বার্তা, ৫ জানুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বাংলাদেশ সীমান্তৱর্তী কাকৰিপাৰা গাঁৱৰ পৰা বি এছ এফ আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই লোক এজনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ ১.৬ লাখ টকা উদ্ধাৰ কৰে৷ কাকৰিপাৰা গাঁৱৰ মহম্মদ আলী নামৰ লোক…

‘কা’ বিৰোধী আন্দোলনঃ জুবিন গার্গক প্রশংসা কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মাত মাতি সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰা যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গক ধন্যবাদ জনালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । এই ধন্যবাদ অসমৰ কণ্ঠশিল্পীজনক কেজৰিৱালে…