আজি দীপৰ বিলত সমূহীয়া মাছমৰা উৎসৱঃ দিকবিদিক হেৰুৱাইছে পৰিভ্রমী পক্ষীয়ে
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ আজি দীপৰ বিলত অনুষ্ঠিত হ’ব সমূহীয়া মাছ মৰা উৎসৱ ৷ নিশাই পাঁচ শতাধিক নাৱেৰে মাছমৰীয়াই মাছ বিচাৰি দীপৰ বিলৰ বুকু বিদীর্ণ কৰিছে ৷ দিশহাৰা হ’ব পৰিভ্রমী দেশী–বিদেশী চৰাই ৷ বন বিভাগে বিলখনৰ পাঁচশ মিটাৰ ব্যাসার্ধৰ ভিতৰত…