ঋণ পৰিশোধ কৰিব নোৱাৰি পুৰণিগুদামত মহিলাৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ নগাঁও জিলাৰ চামগুৰি থানাৰ অধীনৰ পুৰণিগুদামৰ মূঢ়ানি গাঁৱৰ এগৰাকী মহিলাই বিত্তীয় প্রতিষ্ঠানৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে আত্মহত্যা কৰে৷ গাঁওখনৰ মিনু মজিন্দাৰ নামৰ মহিলাগৰাকীয়ে এটা বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লৈছিল৷…